У нас вы можете посмотреть бесплатно আপুনি বান্দৰৰ কাৰনে অতিষ্ঠ হৈছেনেকি? বান্দৰ খেদাৰ ১০ টা ৰামবান উপায় ! или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
"আপুনিও বান্দৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নেকি? ঘৰৰ বাৰীৰ ফল-মূল খোৱাৰ পৰা পাকঘৰত সোমাই বস্তু লণ্ডভণ্ড কৰালৈকে— বান্দৰে আপোনাকো আমনি কৰিছে নেকি? ১ নম্বৰ উপায় (শুকান জলকীয়া): "প্ৰথমটো উপায় হ’ল শুকান জলকীয়া। বান্দৰ অহা ঠাইত শুকান জলকীয়া পুৰি ধোঁৱা দিলে বা জলকীয়াৰ গুড়ি ছটিয়াই থলে সিহঁত সেই ঠাইলৈ নাহে।" ২ নম্বৰ উপায় (প্লাষ্টিকৰ সাপ): "বজাৰত পোৱা আচল যেন লগা প্লাষ্টিকৰ সাপ আপুনি বাৰাণ্ডাত বা ছাদত থৈ দিব পাৰে। বান্দৰে সাপলৈ বহুত ভয় কৰে।" ৩ নম্বৰ উপায় (আইনাৰ ব্যৱহাৰ): "বান্দৰ অহা খিৰিকীত এখন ডাঙৰ আইনা লগাই থওক। নিজৰ প্ৰতিবিম্ব দেখি সিহঁতে আন বান্দৰ বুলি ভাবি ভয় খাব।" to be continued