У нас вы можете посмотреть бесплатно খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন | PRAGATI KRISHI FARM или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন | PRAGATI KRISHI FARM uparjan : 9101735732 এসময়ত আনৰ ঘৰত হাজিৰা কাম কৰা তিলেশ্বৰ সন্দিকৈ নামৰ এই খেতিয়কজনে নিজৰ সাধনাৰ বলত সলালে নিজৰ জীৱন ৷ এতিয়া এওঁ লাকুৱা চলাপথাৰত ৪০ বিঘা মাটিত গঢ়ি তুলিছে কৃষি উদ্যান ৷ কল খেতিৰে খেতিয়কৰ জীৱন আৰম্ভ কৰা তিলেশ্বৰ সন্দিকৈৰ এই কৃষি ক্ষেত্ৰৰ নাম “ প্ৰগতি কৃষি ফাৰ্ম “ এই কৃষি ফাৰ্মলৈ শাৰী শাৰী নাৰিকল গছে হাত বাউল দি মাতিব আপোনাক ৷ শশ কল গছ / তামোল গছ / আপেল -বগৰীৰ পৰা আৰম্ভ কৰি বহু ফলৰ গছৰে ভৰি আছে এই উদ্যান ৷ ইয়াৰোপৰি এজন আদৰ্শ খেতিয়ক ৰূপে তিলেশ্বৰ সন্দিকৈয়ে এই ক্ষেত্ৰত গঢ়ি তুলিছে কুকুৰা /ছাগলী /গাহৰি আৰু গৰু ফাৰ্মৰ লগতে পুখুৰী আৰু নদ ৷ uparjan.in