У нас вы можете посмотреть бесплатно A mysterious 50-year-old cave in Nagaon | Guphababa Siv Temple или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
🛕পবিত্ৰ শাওণ মাহৰ বাবা ভোলানাথৰ নামেৰে আজিৰ এই ভ্লগ ভিডিঅটো আৰম্ভণি কৰিলো। আজি এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে ৫০ বছৰৰ পুৰণি এটি ৰহস্যময়ী গুহা। 🏍নগাঁও টাউনৰ পৰা এই গুহাটোলৈ দূৰত্ব প্ৰয়া ৩৮ কিলোমিটাৰ। 🚩আমি যাত্ৰা আৰম্ভ কৰিছিলো- নগাঁও ৰ বেবেজিয়া বাইপাছৰ পৰা ➡️ বৰঘাট পইণ্ট ➡️উৰিয়াগাওঁ পইণ্ট ➡️ চামগুৰি ⤵️ বিলপাৰা ➡️ ৰকলেণ্ড তিনিআলি ⤵️ বাকবৰ আলি ➡️ নতুন বস্তি ➡️ উডমাৰী ➡️ উদমাৰী তিনিআলি ⤴️ ননৈ চাহ বাগিচা ⤵️ বাগানৰৰ মাজে মাজে ➡️ বৰজুৰি পাৰ 🛕 এই গোফা বাবা শিব মন্দিৰটো প্ৰায় ৫০ বছৰ পুৰণি। এই গুহাটোৰ ভিতৰত বাবা শিবৰ অলংকাৰ এডাল সৰ্প আৰু দুটাকৈ এন্দুৰ আছে। ভাগ্যবান ভক্ত সকলে এই দুবিধৰ দৰ্শনৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'য়। 😱আচৰ্যকৰ ঘটনা - এই মন্দিৰটোৰ ভিতৰত মন্দিৰটোৰেই এগৰাকীৰ বাবাজী (পূজাৰীৰ) সৈতে কথোপকথনৰ ভিডিঅ কৰি অহাৰ পিছটো কেমেৰাত ভিডিঅটো পোৱা নগৈছিল। এইয়া মহিমা নে আন কিবা আছিল মই নাজানো কিন্ত যদি কিবা ভুল ভ্ৰান্তি হৈছে বাবা ভোলেনাথে মোক ক্ষমা কৰে যেন। 🗺 Location- https://maps.app.goo.gl/FkUVVdtwAuRHC... আপোনালোকে যদি এই ভিডিঅটো ভাল পাই তেন্তে আমাৰ এই ভিডিঅটোত Like Subcribe আৰু Share কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅটো চাই কেনে পালে আৰু পৰামৰ্শৰ বাবে Comment কৰিবলৈ নাপাহৰিব। Thanks Team SoudixeVlog Copyright 2021 #soudixevlog #guphababasivtemple #awesomeassam