У нас вы можете посмотреть бесплатно বিন্নাকান্দিৰ পৰা যদুমণি শইকীয়াৰ GROUND ZERO REPORT |part 1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
২০ বছৰ AIUDFৰ দখলত পূৰ্বৰ যমুনামুখ বৰ্তমানৰ বিন্নাকান্দি সমষ্টি ২০ বছৰে সমষ্টিটোত কি কৰিলে আজমল পৰিয়ালে? বিধায়ক চিৰাজুদ্দিনক আঁতৰাই কিয় নিৰ্বাচনত নামিছে বদৰুদ্দিন আজমল? পথ নাই, দলং নাই, বিশুদ্ধ খোৱাপানী নাই, নাই মাথোঁ নাই কংগ্রেছ-AJP–এ সমানে সমানে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা কংগ্রেছ-AJPৰ যুঁজত পুনৰ লাভান্বিত হ’ব নেকি AIUDF? অগপ, বিজেপিৰো নিৰ্বাচনী তৎপনৰতা লক্ষ্যণীয় বিন্নাকান্দিত এইবাৰ বদৰুদ্দিন আজমলৰ ধৰ্মীয় আৱেগ জয়ী হ’বনে? বিন্নাকান্দিৰ পৰা যদুমণি শইকীয়াৰ GROUND ZERO REPORT |part 1 #pratidintimelive