У нас вы можете посмотреть бесплатно এই কাৰ্যত অতিকৈ মৰ্মাহত হৈছে মনোজিৎ শৰ্মাৰ লগতে স্থানীয় ৰাইজ। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
👉জুবিন গাৰ্গৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ বাবেই নগাঁৱৰ কামপুৰ পাছনিজাৰৰ নিজৰ ঘৰৰ সন্মুখত পৰিচালক মনোজিৎ শৰ্মাই প্ৰতিষ্ঠা কৰিছিল জুবিন গাৰ্গৰ আৱক্ষ মূৰ্তি । 👉নিশা কোনোবা দুস্কৃতিকাৰীয়ে মূৰ্তিৰ লাইট চুৰ কৰাৰ লগতে মূৰ্তিৰ কিছু অংশৰ ক্ষতিসাধনো কৰে। 👉লগতে এন দুস্কাৰ্যৰ লগত জড়িত দুস্কৃতিকাৰীক চিনাক্ত কৰি উচিত শাস্তি দিবলৈ সাংস্কৃতিক প্ৰেমী ৰাইজে প্ৰশাসন তথা চৰকাৰৰ ওচৰত দাবী জনায়ছে। 👉এই কাৰ্যত অতিকৈ মৰ্মাহত হৈছে মনোজিৎ শৰ্মাৰ লগতে স্থানীয় ৰাইজ।