У нас вы можете посмотреть бесплатно Eti Notun Phagun - Gyan | Deep Ranjan | Samraat | Himanshu | Sharmistha | Album - Renaissance или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ফাগুন ভাবনাৰ ঋতু, বাসনাৰ পিয়াহ, ফাগুন হেৰুৱাম জানিও যাচি দিয়া হিয়া… ফাগুন ধূলিত পুত যোৱা বিৰহৰ বাট, ফাগুন সৰি আকৌ গজি উঠা কেঁচুৱাৰ দাঁত। ফাগুন অহৰহ অবিৰাম আহে আৰু যায়, ফাগুন প্ৰেম… কাষৰত নাথাকে সদায়। যিদৰে এন্ধাৰ অবিহনে পোহৰৰ মূল্য নাই, একেদৰে, ফাগুনৰ বা লাগি লঠঙা আঁহতবোৰে আশাৰ চাকি জ্বলায়, ব’হাগ ধিয়ায়… অলপ নতুন প্ৰেম, অলপ নতুন উন্মেষ, এটি নতুন ফাগুন আপোনালোকলৈ বুলি… Credits Singer - Gyan K. Tamuli, Sharmistha Dutta Lyrics - Deep Ranjan Composition - Samraat Music Arrangement and production - Himanshu Dihingia Mixing & Mastering Engineer - Darpan Mahanta Keys - Parash Jyoti Boruah Violin - Sushmita Sarma Guitars - Himanshu Dihingia , Mridu Bass - Darpan Mahanta Vocal Recordist - Nikhilesh Bora @Kauzzy Records Guitars and Violin Recordist - Himanshu Dhingia Cover Art - Jigyas Duwarah Poster Design - Jyotishman Saikia Video Editor - Pritom Saikia Calligraphy - Anup Dutta Special Thanks - Dhritiman,Rongmon,Metaphor listen to this song on Spotify - https://open.spotify.com/track/3jubyj... Lyrics - সুশোভিত মোৰ হিয়াৰে আতুৰ বাসনাৰে পথাৰত তুমিয়ে এটি নতুন ফাগুন হেঙুলীয়া হৈ জ্বলে সুদূৰলৈ উমি উমি গধূলিৰ আকাশত ভগা জোনৰ নাচোন এটি নতুন ফাগুন প্ৰভাতী পক্ষীয়ে ৰিঙিয়াই অকাৰণে প্ৰেমৰে লঠঙা ডালত বলিয়া শাওনো বৰষে আলে ফুলে তোমাৰে শুকুলা গালত কেতিয়া কেনেকৈ মোৰ উশাহৰ কাৰণ হৈ আহিলা জীৱনৰ বাটত এতিয়া এনেকৈ বুকুৰে আপোন হৈ থাকিবা সদায়েই কাষত আমাৰ পৃথিৱী ৰঙেৰে সাজিম ভাৱনাৰ ঋতু এদিন দিঠক হৈ প্ৰতিখন আকাশে নিৰৱধি আমাৰ কথাকে ক'ব আমাৰ কথাকে ক'ব আহিব জোনাকী মোৰ বুকুতে শুবহি থাকিব ওৰেটো ৰাতি আঁকিব নীৰৱে পোহৰৰ তুলিকাৰে আমাৰে মিলনৰ ছবি ধুমুহা আহিলে মোৰ বাহুতে বাহু থৈ লুকাবা বুকুৰে মাজত ৰ'দালি পুৱাতে হাততে মোৰ হাত থৈ ওলাবা দুবৰিৰ সাজত বাধাৰ হিমালয় নেওচি আমি... দুয়ো খোজ দিম প্ৰশান্তিৰে বাটত আধৰুৱা আমাৰ কাহিনী হ'ব দিগন্তৰ আপোন Instagram handles Gyan - https://www.instagram.com/gyanktamuli... Deep Ranjan - https://www.instagram.com/deep_ranjan... Samraat - https://www.instagram.com/samraatdutt... Himanshu - https://www.instagram.com/_himanshu_d... Sharmistha - https://www.instagram.com/sharmistha_... Darpan- https://www.instagram.com/darpanmahan... Parash - https://www.instagram.com/parashjyoti... Sushmita- https://www.instagram.com/sushmita_su... Mridu - https://www.instagram.com/_mridu_03?i... Jyotishman- https://www.instagram.com/aryannsaiki... Jigyas- https://www.instagram.com/jigyas_art?... Pritom - https://www.instagram.com/pritsaik?ig... Anup- https://www.instagram.com/anup.luit?i... ©All rights reserved. Any illegal reproduction of this content will result in immediate legal action.