У нас вы можете посмотреть бесплатно ৯ বছৰ পুৰণি অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যা গোচৰত নতুন মোৰ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
▶️ ৯ বছৰ পুৰণি অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যা গোচৰত নতুন মোৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে গোচৰটোত শাস্তিভোগ কৰি কাৰামুক্ত হোৱা মইনুল হকক। ২০১৮ চনত হোজাই জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিয়া মইনুলৰ মৃত্যুদণ্ড ২০২২ত খাৰিজ কৰিছিল গুৱাহাটী হাইক’ৰ্টে। ৩ বছৰ কাৰাবাস খাটি ওলাই আহিছিল মইনুল হক। তাৰ পিছতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ছুপ্ৰিম ক’ৰ্টৰ শৰণাপন্ন হৈছিল অসম চৰকাৰ। ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে মইনুল হকক।