У нас вы можете посмотреть бесплатно Youth,Agriculture&Employment|Ideal Farmer Tapan Dutta Baruah|The HR Podcast-02,P-1|Assamese Podcast| или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Title-Youth,Agriculture&Employment|Ideal Farmer Tapan Dutta Baruah|The HR Podcast-02,P-1|Assamese Podcast| নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে The HR Podcast ৰ দ্বিতীয়টো Episode লৈ স্বাগতম জনাইছো । আজিৰ Episode ত অতিথি হিচাপে আমাৰ লগত উপস্থিত আছে বৰ্তমান প্ৰকৃতিৰ ধ্বংসলীলা চলি থকা সময়ত পাহাৰ নিৰ্মাণ কৰি আলোড়নৰ সৃষ্টি কৰা নলবাৰী জিলাৰ আদৰ্শ খেতিয়ক Tapan Dutta Baruah দেৱ । কুখ্যাত গণ কবৰৰ পৰা কৃষি পৰ্যটনস্থলী লৈ পৰিবৰ্তন কৰা কাহিনীৰ লগতে, যথেষ্ট পৰিমাণে ইতিবাচক চিন্তাধাৰাৰে পৰিপূৰ্ণ দাদাৰ নিজৰ জীৱন আৰু কৃষিক্ষেত্ৰৰ বিভিন্ন নজনা কথা , আপোনালোক সকলোৱে Episode টো চালে নিশ্চিত ভাৱে জানিব পাৰিব। এই Podcast Episode টোত আমি আলোচনা কৰিছো সমাজৰ বিষয়ে, যুৱপ্ৰজন্মৰ বিষয়ে, বাঢ়ি অহা নিবনুৱা সমস্যাৰ বিষয়ে, খেতি কৰি স্বাৱলম্বী হোৱা বিষয়ে , মানুহৰ সুস্বাস্থ্যৰ বিষয়ে, মানুহৰ প্ৰয়োজনীয় খাদ্য, খেতিৰ লাভালাভ , প্ৰকৃতিৰ গুপ্তধন, ৰাসায়নিক সাৰৰ অপকাৰিতা, জৈৱিক খেতিৰ প্ৰয়োজনীয়তা আদিৰ বিষয়ে । লগতে চৰকাৰী চাকৰি, ব্যৱসায়, কৰ্মসংস্থাপন, Failure, মীনপালন আৰু ইয়াৰ ব্যৱসায়িক দিশ, মশৰুম (Mushroom) খোৱাৰ উপকাৰিতা আৰু ইয়াৰ ব্যৱসায়িক দিশ আদিৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হৈছে । আমি আশা কৰিছো এই Episode টো আপোনালোক সকলোৱে চাই ভাল পাব । বিশেষকৈ কৃষিক্ষেত্ৰৰ লগত জড়িত হৈ কেনেকৈ স্বাৱলম্বী হব পাৰি এই Episode টো সম্পূৰ্ণকৈ চালে জানিব পৰা যাব l সমাজৰ বিভিন্ন বিষয়ৰ নজনা কথাৰ লগতে যথেষ্ট ইতিবাচক কথাৰে ভৰপূৰ এই Assamese Podcast টো , একমাত্ৰ HRISI-RISHI PRODUCTION ত. Your Queries:- What is the importance of agriculture in youth? What is the importance of agriculture in employment generation? Why youth is not given agriculture as a career option? How does agriculture promote employment? How can we attract youth in agriculture? How can we involve youth in agriculture? Why agriculture is the main source of employment in India? Why youth are not interested in agriculture in India? Why youth leaving agriculture in India? How does agriculture affect unemployment? What attracts youth the most? What is the role of agri-entrepreneurship for youth in agriculture? : HRISI-RISHI PRODUCTION : For Business/Enquiry Email:- [email protected] Facebook Page :- https://www.facebook.com/profile.php?... About HRISI-RISHI PRODUCTION :- Hello ৰাইজ নমস্কাৰ শিক্ষাবিদ এৰিষ্টটলৰ মতে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে ৷ সেয়েহে জ্ঞানৰ বিকাশ সাধন কৰি নিজৰ লগতে সমাজ খনৰ উন্নতি সাধন কৰিবলৈ আমি লৈ আহিছো আমাৰ YouTube Channel:- "HRISI-RISHI PRODUCTION". আমাৰ চেনেলৰ উদ্দেশ্য হৈছে বৰ্তমান সমাজত বাঢ়ি অহা মানসিক অশান্তি, হতাশা, সভ্যতা-সংস্কৃতিৰ জ্ঞানৰ অভাৱ দূৰ কৰা, সমাজ খনক অসামাজিক কাম্ কাজৰ পৰা মুক্ত কৰা লগতে মানুহক দেহ মনৰ বিষয়ে সজাগ কৰি সমাজ খনক ভাল দিশত আগুৱাই নিয়া । সেয়েহে আমি লৈ আহি আছু আমাৰ Channel r 1st Show :- "The HR Podcast". য'ত আমি কথা পাতিম শিল্পী, সাহিত্যিক,খেলুৱৈ আৰু বিভিন্ন ক্ষেত্ৰত সফল ভাৱে সেৱা আগবঢ়াই থকা বহু ব্যক্তি ৰ লগত যাতে তেখেত সকলৰ জীবন ৰ অভিজ্ঞতা আৰু জ্ঞানৰ পৰা অসমবাসী ৰাইজে জ্ঞান আহৰণৰ লগতে সমাজ খনক ভাল দিশত আগবঢ়াই নিব পাৰে । সেয়েহে আমাৰ এই যাত্ৰাত আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলো । আমাৰ উদ্দেশ্য সফল কৰিবলৈ আমাৰ চেনেলটো Subscribe কৰি দিয়ে যেন । Copyright Disclaimer:- Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use. Thanks For Watching HRISI-RISHI PRODUCTION #hrisirishiproduction #assamesepodcast #podcast #podcasts #axomiyapodcast #video #youtubevideo #youtube #youtubevideos #youtubeindia #depression #farmer #youth #younggeneration #mushroom #tapanduttabaruah #fish #fishery #farming #land #thehrpodcast #newpodcast #farm #firstpodcast #iie #indianpodcasts #podcastvideo #entrepreneur #organic #health #young #physicalhealth #knowledge #information #education #addiction #depression #anxiety #alcohol #hrp #hrisirishiproduction #viral #viralvideo #viralpodcast #viralvideos #viral_video #india #assam #assamese #viralassamesepodcast #long #longvideo #longpodcast #god #youtuber #youtubedaily #youtubefeed #youtubefeeds #assampodcast #thrp #thehrisirishipodcast #hrp #hrisirishiproduction