У нас вы можете посмотреть бесплатно জীনছ পিন্ধি মঞ্চত উঠাৰ বাবেই মাইক্ৰ’ফোন কাঢ়ি মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
▶️ পূৱ গুৱাহাটীৰ বিহু মঞ্চত চৰম অপমান কন্ঠশিল্পী দিগন্ত ভাৰতীক ▶️ আয়োজকে মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি গামোচাৰে সম্বৰ্ধনা যাঁচি অপমান শিল্পীগৰাকীক ▶️ জীনছ পিন্ধি মঞ্চত উঠাৰ বাবেই মাইক্ৰ’ফোন কাঢ়ি মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ ▶️ পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী ▶️ দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে ▶️ অত্যাধিক সুৰাপান কৰি অপমান কৰাৰ অভিযোগ কন্ঠশিল্পী ভাস্বতী ভাৰতীৰ