У нас вы можете посмотреть бесплатно খানাপাৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
খানাপাৰাত বিজেপিৰ বুথ বিজয় সংকল্প সমাৰোহ সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ 'কালি কেন্দ্রীয় কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্রহ্মপুত্রৰ তলেৰে সুৰংগ পথ নিৰ্মাণত অনুমোদন জনাইছে অসমবাসীৰ বাবে হিয়া উজাৰি উপহাৰ দিছে প্রধানমন্ত্রীয়ে অহা বছৰ আমাৰ চৰকাৰ আহিলে ব্রহ্মপুত্রৰ পানীৰ ওপৰতো বিমান নামিব বিজেপি শাসনলৈ আহিলে অহা বৰ্ষত ২লাখ চৰকাৰী চাকৰি দিয়া হ’ব অহাবৰ্ষত ১০লাখ যুৱক–যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন এইবাৰ বিজেপি শাসনলৈ আহিলে ৫লাভ বিঘা ভূমিত উচ্ছেদ চলিব' #PratidinTime #AssamNews #assam #Khanapra #HimantaBiswaSarma #NarendraModi