У нас вы можете посмотреть бесплатно অসম গৌৰৱ | CHORAN AHEM : Karbi Ethnic Food Centre или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কেনেকৈ অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হ'ল চ'ৰান আহেম | CHORAN AHEM : Karbi Ethnic Food Centre অতীতৰ কুখ্যাতি মচি পৰিৱেশ পৰ্যটনৰ জৰিয়তে বিশ্বজুৰি পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা কলিয়াবৰৰ নতুন দাংগাৰ "চ'ৰান আহেম" নামৰ থলুৱা খাদ্যৰ পৰিৱেশন কেন্দ্ৰটোৱে লাভ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰৰ অসম গৌৰৱ বঁটা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তেনেই গাতে লাগি থকা বৰ্তমানৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত "নতুন দাংগা" নামৰ গাঁওখন এসময়ত চোৰাং চিকাৰিৰ ঘাটি হিচাপে চিহ্নিত হৈছিল। কিন্তু ২০১০ চনত স্থাপিত কাৰ্বি থলুৱা খাদ্যৰ কেন্দ্ৰটোৰ জৰিয়তে নতুন দাংগা গাঁৱে লাভ কৰে বিশ্বব্যাপি সুখ্যাতি। Please Like, Share & Subscribe to the channel #assam #assamese #assamesevideo #assamesevlogs #chorenahem #assamesenewstoday #vlogs #ytviral #viralvideo #vlog আপোনাৰ ভাল মানেই আমাৰো ভাল। ধন্যবাদ! ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। বেয়া লাগিলেও ক'ব। Please do Watch, Share & Subscribe to this Channel... Your Search terms: choran ahem assamese vlog assam vlog assam kaliabor assamese video assamese news nagaon assam video assamese mixture assamese news dimpu vlogs rengoni tv nitumoni saikia assamese motivation assam cm tapan saikia kaliabor poem assamese assamese video assamsese poetry assamese kaziranga national park My audience also watches: time8 news dy365 asom live 24 digital news18 assam/northeast nktv plus news live pratidin time prag news nd24 dimpu boruah dimpu's vlogs assam jet purbanchal bhukhan pathak assamese mixture asomiya suwali rekha