У нас вы можете посмотреть бесплатно লাজে লাজে তোলৈ চাও // LAJE LAJE TOLOI SAO - Doli Rani Kumar | New Assamese Song 2026 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Lyrical video of new Assamese song Laje Laje Toloi Sao by Doli Rani Kumar Subscribe @Doli Rani Kumar Musical GM production presents Vocal DOLI RANI KUMAR Producer Dhanjit Rajbongshi Lyrics/Tune Neal Music Anirban Nath Flute Dipak Deka Guitar Raktim Jyoti Hazarika Mixing & Mastering Anirban Nath Lyrical video Mintu Saikia Makeup Gayatri ভৰ দুপৰীয়াতে জান ঐ পদূলি ঐ মুৰতে তই আহিবি বুলি চেনাই বাটেনো চাওঁ সঘনে" তোৰে কথাকে ভাবি জান অ' হ'লো প্ৰেমত বাউলী লাজে লাজে তোলৈ চাও ভাৱনাতে মৰি যাও তোকে কাষত পাবলে মই পাগলী হৈয়ে যাওঁ-- তোকে কাষত পাবলে মই পাগলী হৈয়ে যাওঁ-- ফুলৰ লগত ভোমোৰা পানীৰ লগত মেটেকা পানীৰ লগত মেটেকা আনৰ লগত ধেমালী তোমাৰ লগত জীৱনী তোমাৰ লগত জীৱনী অ অ ঐয়া অ হায় হায় অ তোৰে ভাবতে শুকাইছো ক্ষীণাইছো পেটলৈ নাযাইচোন ভাত তোকে পাবলে কত কি কৰিছো ভাবিয়ে হেৰাইছো নাম কাষত পালে দেহা মনে নো কিবা কৰে কবও নোৱাৰো কথা ভয়ে ভয়ে লাগে লাজে লাজে তোলৈ চাও ভাৱনাতে মৰি যাও তোক কাষত পাবলে মই পাগলী হৈয়ে যাওঁ তই নাচাবি আনলে মই নোৱাৰো চাবলে ভালে পাওঁ তোক সঁচাকৈ কোমল কৈ হিয়াতে মই থাকিব নাপালে জাপে দিম কৰবাত গৈ মোৰ পগলা মনে যে সোন তোকেহে বিচাৰে তই বুজিও নুবুজ লাজে লাজে তোলৈ চাও ভাৱনাতে মৰি যাও তোক কাষত পাবলে মই পাগলী হৈয়ে যাও তোক কাষত পাবলে মই পাগলী হৈয়ে যাও Thanks for watching 😁