У нас вы можете посмотреть бесплатно জগন্নাথ পুৰীত অসমৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ||🙏🙏🙏|2024 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
জগন্নাথ পুৰীত অসমৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ ওড়িশাৰ সমুদ্ৰতীৰৰ পুৰীত অৱস্থিত হিন্দুৰ ধৰ্মীয় পীঠ পৱিত্ৰ তীৰ্থস্থান জগন্নাথ মন্দিৰৰপৰা কিছু নিলগত প্ৰতিষ্ঠিত অসমৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত বৰপেটা সত্ৰৰ প্ৰণালীত পুৱা আৰু গধূলী নিত্য নাম-প্ৰসংগৰ নিয়মীয়া অনুষ্ঠানৰ লগতে মহাপুৰুষ দুজনা গুৰু আৰু বুঢ়া আতাপুৰুষৰ তিথি, গুৰুজনাৰ জন্মোৎসৱ, শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা, শ্ৰী কৃষ্ণ জন্মাষ্টমী, ব’হাগ বিহু, মাঘ বিহু আদি সত্ৰীয়া ৰীতি-নীতি তথা নাম-প্ৰসংগৰে উদযাপন কৰি অহা হৈছে। নামঘৰৰ লগতে পুৰী প্ৰকল্পৰ অধীনত এটি পুথিভঁৰাল, যাত্ৰী-দৰ্শনাৰ্থীৰ বাবে অতিথি গৃহ আৰু খোৱা-লোৱাৰ বাবে কেন্টিন এখনৰ সুব্যৱস্থা কৰা দেখা গৈছে।যাত্ৰী-দৰ্শনাৰ্থীসকলে যোগাযোগ কৰি সহায় ল’ব পৰা দুটি ফোন নম্বৰ উল্লেখ কৰা হ’ল- ০৬৭৫২-২৩০৭৩৮, ০৯৪৩৭০৮৮৭৩৮ #advlogsassam #viralvideo #purijagannathtemple #viralvideo #namghar