У нас вы можете посмотреть бесплатно আজি ‘অভিমত’ত হিতাধিকাৰী, অসমৰ ৰাজনীতি আৰু আমাৰ ভৱিষ্যৎ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো শ্ল’গানতেই আছে দৰিদ্রতা নিৰ্মূল অসমৰ পৰা ২০৩০ চনৰ ভিতৰত দৰিদ্রতা নিবাৰণৰ লক্ষ্য লোৱা হৈছে ২০২৪-২৫ বৰ্ষত অসমৰ নাগৰিকৰ জনমূৰি আয় ১,৫৪,২২২ টকা ২০২৪-২৫ বৰ্ষত ভাৰতৰ প্রতিজনৰ আয় ২,০০,১৬২ টকা এটা সময়ত দেশৰ তুলনাত অসমৰ জনমূৰি আয় ঊৰ্ধ্বত আছিল আজি দেশৰ তুলনাত অসমৰ দুখ লগা অৱস্থা কিয়? প্রত্যেক বছৰেই প্রতিখন চৰকাৰে সৃষ্টি কৰিছে কেৱল হিতাধিকাৰী ৰাজ্যৰ আজি আধা জনতা কিবা নহয় কিবা আঁচনিৰ হিতাধিকাৰী ব্যাপক ৰূপত হিতাধিকাৰী সৃষ্টিয়ে অৰ্থনৈতিক ভেটি মজবুত কৰিবনে? নে থকাখিনিও লাহে লাহে নিশকতীয়াহে কৰিব? দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে হিতাধিকাৰীৰ বিৰোধিতা কৰিছে আনকি স্বয়ং প্রধানমন্ত্রী মোডীও হিতাধিকাৰী সৃষ্টিৰ বিৰোধী তেনেক্ষেত্রত অসমত ইখনৰ পিছত সিখন হিতাধিকাৰীৰ আঁচনি প্রত্যেক মাহত হিতাধিকাৰীৰ নামতে ব্যয় কৰিছে কোটি কোটি টকা এফালে ঋণৰ বোজা আনফালে হিতাধিকাৰীৰ আঁচনি... এই গতিত শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত অসম কেনেকৈ সোমাব? নে সঁচাই হিতাধিকাৰীয়ে অসমৰ অৰ্থনৈতিক ভেঁটি মজবুত কৰিছে? আজি ‘অভিমত’ত হিতাধিকাৰী, অসমৰ ৰাজনীতি আৰু আমাৰ ভৱিষ্যৎ ষ্টুডিঅ’ত বিজেপিৰ মুখপাত্র ৰূপম গোস্বামী আছে কংগ্রেছৰ মুখপাত্র বেদব্রত বৰা আৰু আছে মননশীল লেখক ময়ূৰ বৰা, নিবন্ধকাৰ ছাইদুল ইছলাম মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ #PratidinTime #AssamNews #assam #NitumoniSaikia #Abhimat #Congress #bjp