У нас вы можете посмотреть бесплатно Aparoopa Aparoopa ( অপৰূপা অপৰূপা) - by Usha Mangeshkar или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Assamese Film song of Usha Mangeshkar / Lyrics, Melody and Music by Bhupen Hazarika / Film : Aparoopa ( অপৰূপা) of 1982 / Lyrics of the song : অপৰূপা অপৰূপা অসীমৰ নীল-নভত অসীমৰ নীল-নভত তুমি এক বিন্দু অনন্ত অপৰূপা তুমি মুক্তা তুমি মুক্তা অনুভৱ জানো তুমি কৰা নাই ! অপৰূপা অপৰূপা....! মকৰা জালত ভাঙিলা পঁজা পাতলালাঁ তুমি দুখৰ বোজা পলাতকা হৈ এতিয়া কিয়নো পলাতকা হৈ এতিয়া কিয়নো বিহঙ্গ হ’ব খোজা বিহঙ্গ হ’ব খোজা মাটিৰ মধু জানো দেখা নাই ! অপৰূপা অপৰূপা....! তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীৱন ৰথ তোমাৰ হাতৰ মুঠিতে আছে তোমাৰ জীৱন ৰথ ভাঙিবও পাৰাঁ গঢ়িবও পাৰাঁ ভাঙিবও পাৰাঁ গঢ়িবও পাৰাঁ তোমাৰেই নিজা পথ ! তোমাৰ যুক্তি হেৰুৱা নাই ! অপৰূপা ! অপৰূপা.. !! 🌿 🌿🌼 🌿 🌿 কথা ও সুৰ-সংগীত : ভূপেন হাজৰিকা কণ্ঠ : ঊষা মঙ্গেশকাৰ বোলছবি : অপৰূপা / (১৯৮২ চন)