У нас вы можете посмотреть бесплатно Borgeet | Hori Namo Roxe বৰগীত | হৰি নাম ৰসে или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বস্তু-প্ৰকাশ : বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে (দুলড়ি ছন্দ) বৈকুণ্ঠ প্ৰকাশে হৰি-নাম-ৰসে প্ৰেম-অমৃতৰ নদী | শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি ||৩৭১ গোৱিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰপৰা | চাৰি পুৰুষাৰ্থ তাহাৰ নিঝৰা হৰি নামে মূল ধাৰা ||৩৭২ হৰি-ভক্তি দান দিয়া জগতকে তাৰিলা সংসাৰ-সিন্ধু | হেনয় কৃপালু শঙ্কৰ বিনাই নাহি নাহি আন বন্ধু ||৩৭৩ হৰি-ভকতিৰ পাতিলন্ত হাট শঙ্কৰে জগত জুৰি | ৰাম-নাম-ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পুৰী ||৩৭৪ শ্ৰীমন্ত শঙ্কৰ হৰি-ভকতৰ জানা যেন কল্পতৰু | তাহান্ত বিনায় নাহি নাহি নাহি আমাৰ পৰম গুৰু ||৩৭৫ #বৰগীত #borgeet