У нас вы можете посмотреть бесплатно যোৰহাট থিয়েটাৰৰ শাৰদীয় নাট্য নিবেদন 'কলৰে পাততে কাউৰী পৰে' или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অসমৰ কাব্য-গীতি-সাহিত্য জগতৰ মহীৰূহ স্বৰূপ বৰেণ্য কবি-গীতিকাৰ শ্ৰদ্ধাৰ কেশৱ মহন্ত দেৱৰ হৃদয় আলোড়িত কৰা অনুপম সৃষ্টি, চিৰ নমস্য লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা দেৱে সুমধুৰ সংগীতেৰে সজোৱা আৰু খগেন মহন্ত দেৱে তেখেতৰ সোণালী কণ্ঠৰ অনুপম গায়কীৰে সোণত সুৱগা চৰোৱা এটি যুগজয়ী গীত--"কাউৰী পৰে" গীতৰ আধাৰত এটি ক্ষুদ্ৰ প্ৰয়াস। এই মহান শিল্পী কেইগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। যোৰহাট থিয়েটাৰৰ নিবেদন নাটক - ''কলৰে পাততে কাউৰী পৰে'' অভিনয়... কেশৱ - দিপাংকৰ জ্যোতি দত্ত পোষ্টমাষ্টৰ - দিগন্ত হাজৰিকা নগেন দাইটি - পৱিত্ৰ বৰুৱা জেউতি - ঋষিদ্ধিনা বৰা মালতী - দৰ্পনা বৰঠাকুৰ ঈশান জ্যোতি শৰ্মা, মানস বৰঠাকুৰ, অঞ্জলি বৰুৱা, শিশু শিল্পী দৰ্শিল গায়ন, পূজা দাস, প্ৰিয়া বৰা, ডিম্পী তামুলী, শিৱানী হাজৰিকা পৰিকল্পনা/পৰিচালনা - শৰৎ বাপ্পি দৃশ্য গ্ৰহণ - প্ৰাঞ্জল শৰ্মা (ভোলা) সম্পাদনা - অৰিন্দম নেওঁগ ৰূপসজ্জা - বিচিত্ৰ বৰা স্থিৰ চিত্ৰ: ৰাহুল দত্ত, নিবিড় আবেগ কলিতা প্ৰযোজনা নিয়ন্ত্ৰক : অমৰ জ্যোতি বৰা বিশেষ কৃতজ্ঞতা • কেশৱ বৰুৱা, দুলাল বৰুৱা, পিংকি বৰুৱা, অপ্সৰা বৰুৱা, বিপিন বৰা, লিলি মজুমদাৰ, পৰেশ বৰুৱা, দুলু হাজৰিকা, ঋতুৰাজ শইকীয়া, ৰিজু হাজৰিকা, জয়ন্ত বৰা