У нас вы можете посмотреть бесплатно Mukoli Bihu Aahise । Assamese Song । JGD или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Mukoli Bihu Aahise । Assamese Song । JGD আহিছে আহিছে আকৌ বহাগ আহিছে কুলি কেতেকীয়ে গছৰ ডালত গীত জুৰিছে। উদয়নৰ ডেকাই ককালত টঙালি বান্ধিছে, উখল মাখল মুকলি বিহুৰ আখৰা চলিছে। আহিছে আহিছে আকৌ বহাগ আহিছে আহিছে আহিছে আকৌ বিহু আহিছে জুৰিয়া আহতে নকুহীপাট মেলিছে, লোটকন নিতুহতে গৰুৰ চাল খলাইছে জাজৰিৰ নল আনি পাপুৱে পেঁপা সাজিছে গণেশ বাবুৱে নতুনকৈ বিহুনাম শিকিছে। আহিছে আহিছে আকৌ বসন্ত আহিছে, হাবিবৰঙাবাৰীৰ আকাশত ঢোল পেঁপাই মাতিছে। ৰহদই ভাদৈয়ে বিহুৰ খাজ খাজু কৰিছে, মুনু ৰুবুল জগহ’তে কালেকশ্যন কৰিছে। আপোন বিহুখনি উদযাপন কৰিবলৈ, ৰাজুদা বিপ্লব প্ৰাঞ্জলে ঘনে ঘনে মিটিং পাতিছে। জানমনি অক্ষয়ে কাম এৰি গাওঁলৈ আহিছে ৰাজু আৰু ধনদাই গামোচা জাপিৰ চিন্তা কৰিছে আহিছে আহিছে আকৌ বহাগ আহিছে মৰমৰ মুকলি বিহুয়ে হাতবাউল দি মাতিছে আহিছে আহিছে আকৌ বহাগ আহিছে আনন্দত মন প্ৰান উথলি উঠিছে JGD প্রতি বছৰে হাবিবৰঙাবাৰী কেন্দ্ৰীয় উদয়ন সংঘই ৰঙালী বিহুটি উলহ মালহেৰে উদযাপন কৰে। এক বহাগত প্ৰতি বাৰেই মুকলি বিহু উদযাপন কৰি আহিছে। এইবাৰো উদয়ন সাজো হৈছে বিহুটোক আদৰিবলৈ। আগৰ দৰেই এইবাৰো ৰাইজৰ সহায় সহজোগিতা উদয়নে কামনা কৰিছে🙏🙏 উদয়নৰ মুকলি বিহুৰ লগত সংগতি ৰাখি এই গীতটো ৰচনা কৰা হৈছে। কিবা ভূল হ’লে ক্ষমা কৰিব🙏🙏 Song : Mukoli Bihu Aahise Lyrics: JGD Singer :Digitally designed Studio Aantorik Contract details: Studio Aantorik 7002553415 Disclaimer The song lyrics is written by JGD. This is a AI generated song. There is no human voice. Thank you 🙏