• ClipSaver
  • dtub.ru
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

Naam Prasang || Barunbibhur Saikia скачать в хорошем качестве

Naam Prasang || Barunbibhur Saikia 4 года назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
Naam Prasang || Barunbibhur Saikia
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: Naam Prasang || Barunbibhur Saikia в качестве 4k

У нас вы можете посмотреть бесплатно Naam Prasang || Barunbibhur Saikia или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон Naam Prasang || Barunbibhur Saikia в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Naam Prasang || Barunbibhur Saikia

।।গুণমালা।। ॥ ৰাম নিৰঞ্জন : পাতক ভঞ্জন॥ পদ॥ নমো নাৰায়ণ    সংসাৰ কাৰণ। ভকত তাৰণ   তোমাৰ চৰণ॥ ১ তুমি নিৰঞ্জন   পাতক ভঞ্জন। দানৱ গঞ্জন   গোপিকা ৰঞ্জন॥ ২ বেদান্ত গায়ক   বংশী বায়ক। জগত নায়ক   মুকুতি দায়ক॥ ৩ ভকতৰ ঋদ্ধি   কৰা সৰ্বসিদ্ধি। বিধাতাৰ বিধি    দীন দয়ানিধি॥ ৪ ভকতি ৰোচন    দুখ বিমোচন। পাতক মোচন    কমল লোচন॥ ৫ দৈত‍্য অন্তকাৰী   গোৱৰ্দ্ধনধাৰী। ভৱ ভয়হাৰী   তুমিসি মুৰাৰী ।। ৬ কালিক দমিলা   পুতনা শুষিলা। দেৱক তুষিলা   ব্ৰজক ভুষিলা॥ ৭ কেশী বত্স বক  সমস্ত দৈত্যক। লগাইলা চমক ডকাইলা যমক॥ ৮ তুমি বাৰম্বাৰ   হুয়া অৱতাৰ। পৃথিৱীৰ ভাৰ  খণ্ডিলা অপাৰ॥ ৯ ইন্দ্ৰক দমিলা   ব্ৰহ্মায়ো নমিলা। বনত ভ্ৰমিলা গোপীক ক্ৰীড়িলা॥ ১০ পশি ৰঙ্গশাল   যত মহামাল। কৰিয়া আস্ফাল   বধিলা গোপাল॥ ১১ তযু গুণ নাম   ধৰ্ম অনুপাম। মোক্ষ অৰ্থকাম   সাধা প্ৰভু ৰাম॥ ১২ মাৰি দশগ্ৰীব   জনকৰ জীৱ। পাইলা সদাশিৱ   তুমি জগজীৱ॥ ১৩ তোহ্মাৰ চৰিত্ৰ   পৰম পৱিত্ৰ। পাতকীৰ মিত্ৰ   কৰিলা বিচিত্ৰ॥ ১৪ পতিত পাৱন   এভৱ ভাৱন। অসুৰ ধাৱন   তুমিসি বামন॥ ১৫ অগতিৰ গতি    ত্ৰিজগত পতি। তোহ্মাত ভকতি  থাকোক সম্প্ৰতি॥ ১৬ শ্যামল শৰীৰ    জলদ ৰুচিৰ। গহীন গম্ভীৰ   গুণৰ মন্দিৰ॥ ১৭ কুণ্ডলে মণ্ডিত    অসুৰ দণ্ডিত। পাতক খণ্ডিত    তুমিসি পণ্ডিত॥ ১৮ দাৰিদ্ৰ্য মৰ্দ্দন    কৰুণা সদন। বংশী বদন   মুৰুতি মদন॥ ১৯ হাস্য দৰিশন    পাপ কৰি ছন। দোষ মৰিষণ   কাম বৰিষণ॥ ২০ জগত আধাৰ   দৈৱকী কুমাৰ। সংসাৰতে সাৰ   চৰণ তোহ্মাৰ॥ ২১ তুমি ভগৱন্ত   মহিমা অনন্ত। তাৰিলাহা সন্ত  পুৰুষ মহন্ত॥ ২২ তুমি সুবত্সল   পুৰুষ নিশ্চল। নাহি কিছু চল   ভকত বত্সল॥ ২৩ তুমি অৱতৰি    অসুৰ সংহৰি। সৃষ্টি আছা ধৰি   দেৱ শ্ৰীহৰি॥ ২৪ অঘাসুৰ ঘালি    মহা বলশালী। দমিলাহা কালী   তুমি বনমালী॥ ২৫ কৰি পৰাভৱ   খেদাইলা দানৱ। ভকত বান্ধৱ   তুমিসি মাধৱ॥ ২৬ কৰি অৱিচ্ছেদ   দৈত‍্য কৰি ভেদ। খণ্ডিলাহা খেদ    উদ্ধাৰিলা বেদ॥ ২৭ জগতক বশ্য    কৰিলা অৱশ্য। ভৈলা মহামৎস্য   ব্ৰহ্মাৰ নমস্য॥ ২৮ তুমি মহাহংস   আসি নিজ অংশ। হুয়া যদু বংশ   বধিলাহা কংস॥ ২৯ জগত নিঃশেষ    সৱাতো প্ৰৱেশ। ভৈলা হৃষিকেশ   নজানি উদ্দেশ॥ ৩০ তুমি পীতাম্বৰ   কৰি আড়ম্বৰ। বধিলা সম্বৰ   প্ৰভু বিশ্বম্ভৰ॥ ৩১ তুমিসে অচ্যুত   আনন্দে আপ্লুত। ভকত বহুত   কৰিলা মুকুত॥ ৩২ ধৰি মৎস্য কায়   সত্যব্ৰত ৰায়। প্ৰলয় অপায়   তাৰিলা লীলায়॥ ৩৩ কূৰ্ম কলেৱৰ   ধৰিলা মন্দৰ। মথিলা সাগৰ   নভৈলা ভাগৰ॥ ৩৪ বৰাহ শৰীৰ   পৃথিৱী উদ্ধাৰি। হিৰণ্যাক্ষ বীৰি    মাৰিলাহা ছিৰি॥ ৩৫ নৰসিংহ ৰূপু    ভৈলা দিব্যবপু। বধিলাহা ৰিপু    হিৰণ্যকশিপু॥ ৩৬ ভৈলা অদিতিত   বামন উদিত। মূৰুতি ললিত    বলিক ছলিলা॥ ৩৭ জামদগ্নি ৰাম  কাটি চামে চাম। ক্ষত্ৰিয়ৰ নাম   নথৈলা সংগ্ৰাম॥ ৩৮ ভৈলা কৌশল্যাত    শ্ৰীৰাম জাত। ৰাৱন বিঘাত  কৰিলা লঙ্কাত॥ ৩৯ ৰাম হলধৰ   ৰোহিণী কুমাৰ। মাৰিলা ইতৰ   দ্বিৱিদ বানৰ॥ ৪০ বুদ্ধৰূপে ছন্ন   কৰি বেদগণ। মুহিলাহা মন   তেজিয়া সজ্জন॥ ৪১ হুয়া কল্কী চণ্ড    যতেক পাষণ্ড। কৰি খণ্ড খণ্ড    বিহিলাহা দণ্ড॥ ৪২ ধৰি বাৰম্বাৰ    দশ অৱতাৰ। পৃথিৱীৰ ভাৰ    খণ্ডিলা অপাৰ॥ ৪৩ কৃষ্ণৰ কিঙ্কৰে    ৰচিলা শঙ্কৰে। হৰি হৰি নৰে    বোলা নিৰন্তৰে॥ ৪৪ লীলামালা॥ প্ৰথম কীৰ্ত্তন ঘোষা॥ বন্ধু মাধৱ হে তুৱা বিনে আছে আৰ তাৰক কে। বন্ধু মাধৱ হে॥ ১৪১ পদ॥ শুকমুনি ৰাজাত কহন্ত বিদ্যমান। কৃষ্ণ লীলামালা আৱে শুনা সাৱধান॥ শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায়। ধৰ্ম্ম অৰ্থ কাম মোক্ষ সৱে আতে পায়॥ ১৬৭৫॥ ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস। লৈলা দৈৱকীৰ উদৰত হৰি বাস॥ গৰ্ভতে বিধাতা তুতি কৰিলন্ত আসি। দৈৱকী দেৱীক বাক্য বুলিলা আশ্বাসি॥ ১৬৭৬॥ পাছে উপজিলা নিজ ৰূপে দামোদৰ। দেখি পিতৃ মাতৃ তুতি কৰিলা বিস্তৰ॥ উপৰি জন্মৰ কথা নাৰায়ণে কৈলা। কংস ভয়ে বসুদেৱে গোকুলত থৈলা॥ ১৬৭৭॥ দেখি পুত্ৰমুখ নন্দ আনন্দে বিহ্বল। তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল॥ দৈত্যক বধিবে আৰম্ভিলা গোকুলত। পুতনাৰ চেতন শুষিলা প্ৰথমত॥ ১৬৭৮॥ শকটৰ তলে থৈলা যশোদা শুৱাই। পেহ্লাইলাহা পাৱে শকটক উভতাই। তুলিলাহা হামি যশোদাৰ পিয়া স্তন। গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভুৱন॥ ১৬৭৯॥ বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী। তাত পাছে নিলা চক্ৰৱাতে চুৰি কৰি॥ গলত চেপিয়া ধৰি পেহ্লাইলা শিলাত। মৰি গৈল দুষ্টদৈত্য তোহ্মাৰ লীলাত॥ ১৬৮০॥ জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম। গোকুলত ক্ৰীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম॥ নাচা বুলি পাঞ্চৈ গোপী বজায়া চাপৰি। কৰিলন্ত নৃত্য ভঙ্গী ভাৱে দেৱহৰি॥ ১৬৮১॥ যশোদা সুধিলা ধৰি কিয় মাটি খাইলি। নখাওঁ বুলিয়া বেন্ত বাইলা বনমালী॥ গৰ্ভতে দেখিলা দেৱী ভূৱন চৈধ্যয়। কৰিলন্ত স্তুতি আতি পৰম বিস্ময়॥ ১৬৮২॥ স্তন পিৱে নপাই কোপে কৃষ্ণ বৰ চাণ্ড। শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড॥ সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী। লাসে লাসে উড়ুখল টানি নেন্ত হৰি॥ ১৬৮৩॥ বৃক্ষত লাগিয়া ভৈল উড়ল পথালি। অৰ্জ্জুনক উভঞ্জি পেহ্লাইলা বনমালী॥ বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন। নিজস্থানে গৈলা কৰি কৃষ্ণক বন্দন॥ ১৬৮৪॥ কোনে ফল লৈবেক পসাৰী দিলে ডাক। ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক॥ কৃষ্ণৰ হস্তত ভৰি দিল ফল বাছি। সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি॥ ১৬৮৫॥ অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন। শিশুসৱ সহিতে চাৰিলা বৎসগণ॥ বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ। লীলায়ে বধিলা তৈতে বৎস বকাসুৰ॥ ১৬৮৬॥ ঘোৰ সৰ্পৰূপে অঘে আছে বেন্ত বাই। বৎস বৎসপালক গিলিলে লাগ পাই॥ তাৰ গল ভেণ্টিয়া বঢ়াইলা দেহা হৰি। কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মাৰি॥ ১৬৮৭॥ তাত পাছে ব্ৰহ্মা আসি কৰিলন্ত চুৰি। মায়া কৰি নিলে সৱে গোৰক্ষ দামুৰি॥ হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক। সৰ্ব্বৰূপে ব্ৰজত বঞ্চিলা বৰিষেক॥ ১৬৮৮ অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমোহিত। সৱে দিব্য চতুৰ্ভুজ ৰূপে বিপৰীত॥ হৰিল চেতন একো নাহি হৃদি সিদ্ধি। পাছে পাৱে পৰি স্তুতি কৰিলন্ত বিধি॥ ১৬৮৯ গৈলা তালবন সৱে গোৱাল সহিতে। সবান্ধৱে ধেনুকাক বধিলা তহিতে॥ গোপগণে তালক ভূঞ্জিলা কণ্ঠ ভৰি। শঙ্কৰে ৰচিলা ডাকি বোলা হৰি হৰি॥ #naamprasang #namprasanga #নামপ্ৰসঙ্গ #Srimanta_Sankardev_Sangha @bhakatibhandar-6378 ​

Comments
  • Nam Prasang || নাম প্ৰসঙ্গ || অৰুণ চন্দ্ৰ বৰা || Arun Bora @bhakatibhandar-6378 5 лет назад
    Nam Prasang || নাম প্ৰসঙ্গ || অৰুণ চন্দ্ৰ বৰা || Arun Bora @bhakatibhandar-6378
    Опубликовано: 5 лет назад
  • WIELKA WYPRAWA MARII WIERNIKOWSKIEJ W GŁĄB ROSJI #2 1 день назад
    WIELKA WYPRAWA MARII WIERNIKOWSKIEJ W GŁĄB ROSJI #2
    Опубликовано: 1 день назад
  • OSZUKUJĘ HACKAMI W CHOWANYM w Minecraft! 23 часа назад
    OSZUKUJĘ HACKAMI W CHOWANYM w Minecraft!
    Опубликовано: 23 часа назад
  • ।।Barpeta Satra।। Puwar prasang ।। Gunindra Nath Ojah ।। 4 года назад
    ।।Barpeta Satra।। Puwar prasang ।। Gunindra Nath Ojah ।।
    Опубликовано: 4 года назад
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষনে বিপদত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক#viralnews 1 час назад
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষনে বিপদত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক#viralnews
    Опубликовано: 1 час назад
  • দেৱ ভতিমা, গুণমালা, লীলামালা, চপয়, ভাতৰ ভটিমা, টোটয় আদি | Moha Palnam Sibsagar | Hiren Baruwati Naam 2 года назад
    দেৱ ভতিমা, গুণমালা, লীলামালা, চপয়, ভাতৰ ভটিমা, টোটয় আদি | Moha Palnam Sibsagar | Hiren Baruwati Naam
    Опубликовано: 2 года назад
  • নাম প্রসঙ্গ ।। প্রথম ভাগ 🙏 Nam Prasang // 2025 6 месяцев назад
    নাম প্রসঙ্গ ।। প্রথম ভাগ 🙏 Nam Prasang // 2025
    Опубликовано: 6 месяцев назад
  • Трамп просчитался? Как Россия изменила правила глобальной игры 2 дня назад
    Трамп просчитался? Как Россия изменила правила глобальной игры
    Опубликовано: 2 дня назад
  • Константин Сивков. Зачем превозносят Китай? США для Китая уже не противник? Как сильна Армия Китая? 1 день назад
    Константин Сивков. Зачем превозносят Китай? США для Китая уже не противник? Как сильна Армия Китая?
    Опубликовано: 1 день назад
  • BRAHAMAPUTRO JANMO || NAGRANAAM || RAMCHARAN BHARALI 4 года назад
    BRAHAMAPUTRO JANMO || NAGRANAAM || RAMCHARAN BHARALI
    Опубликовано: 4 года назад
  • নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া @শশীবৰাআধ্যাত্মিক 2 года назад
    নামঘৰ মুছিলে কি ফল পায় জগত বণিয়া @শশীবৰাআধ্যাত্মিক
    Опубликовано: 2 года назад
  • #জয়গুৰুশংকৰ# #নাম-প্ৰসঙ্গ# #নামাচাৰ্য_শ্ৰীযুত_অজিত_শইকীয়_বাপ# #Assam# #India# 4 года назад
    #জয়গুৰুশংকৰ# #নাম-প্ৰসঙ্গ# #নামাচাৰ্য_শ্ৰীযুত_অজিত_শইকীয়_বাপ# #Assam# #India#
    Опубликовано: 4 года назад
  • ВОССТАНОВЛЕНИЕ НЕРВНОЙ СИСТЕМЫ! Музыка для глубокой души!Музыка, что лечит! Слушай и чувствуй 5 месяцев назад
    ВОССТАНОВЛЕНИЕ НЕРВНОЙ СИСТЕМЫ! Музыка для глубокой души!Музыка, что лечит! Слушай и чувствуй
    Опубликовано: 5 месяцев назад
  • গ্ৰাহ গজেন্দ্ৰ উপাখ্যান | Jadumoni | Bhakti xorai | গজেন্দ্ৰ উপাখ্যান 4 года назад
    গ্ৰাহ গজেন্দ্ৰ উপাখ্যান | Jadumoni | Bhakti xorai | গজেন্দ্ৰ উপাখ্যান
    Опубликовано: 4 года назад
  • NAMGHOSA * DR. ANIMA CHOWDHURY. 5 лет назад
    NAMGHOSA * DR. ANIMA CHOWDHURY.
    Опубликовано: 5 лет назад
  • মুৰাৰী মুকুন্দ ৰাম @Assamese_lyrics @RANJIT_GOGOI @lyrics 2 года назад
    মুৰাৰী মুকুন্দ ৰাম @Assamese_lyrics @RANJIT_GOGOI @lyrics
    Опубликовано: 2 года назад
  • 😮ШЕЙТЕЛЬМАН: СРОЧНО! Вы НЕ ПРЕДСТАВЛЯЕТЕ, что готовит Путин в Женеве. Кремль РЕЗКО ПЕРЕДУМАЛ 22 часа назад
    😮ШЕЙТЕЛЬМАН: СРОЧНО! Вы НЕ ПРЕДСТАВЛЯЕТЕ, что готовит Путин в Женеве. Кремль РЕЗКО ПЕРЕДУМАЛ
    Опубликовано: 22 часа назад
  • НЕ ЗАЖИГАЙТЕ СВЕЧУ ВОТ ТАК — ЭТО ГРЕХ! 6 ошибок со свечами, которые совершают в каждом доме 3 дня назад
    НЕ ЗАЖИГАЙТЕ СВЕЧУ ВОТ ТАК — ЭТО ГРЕХ! 6 ошибок со свечами, которые совершают в каждом доме
    Опубликовано: 3 дня назад
  • নাম প্ৰসঙ্গ - হীৰেণ বাৰুৱতী | Hiren Baruati Nam Prakhong |  Anupom Bitupon | Bhagawat Path 2 года назад
    নাম প্ৰসঙ্গ - হীৰেণ বাৰুৱতী | Hiren Baruati Nam Prakhong | Anupom Bitupon | Bhagawat Path
    Опубликовано: 2 года назад
  • THE PRIME SHOW | নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰদেশ কংগ্ৰেছত অন্তঃকন্দল। APCC Internal Conflict | 49 минут назад
    THE PRIME SHOW | নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰদেশ কংগ্ৰেছত অন্তঃকন্দল। APCC Internal Conflict |
    Опубликовано: 49 минут назад

Контактный email для правообладателей: u2beadvert@gmail.com © 2017 - 2026

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5