У нас вы можете посмотреть бесплатно কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR | Part 1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মাননীয় মুখ্যমন্ত্রী মহোদয়- যি হৈ আছে ভুল হৈছে! মাননীয় DGP মহোদয়- আপুনি কিয় গা এৰা দিছে! মানুহৰ মনত জ্বলি থকা জুইকুৰাৰ উমান কিয় পোৱা নাই ৰজাঘৰীয়াই? নিৰস্ত্র জনতাক লাঠীচাৰ্জ কৰাৰ নিৰ্দেশ বিতৰ্কিত ASP গীতাৰ্থক কোনে দিছিল? SPয়ে বুজাই আছিল, কিন্তু ASPয়ে হিংসাৰ আশ্রয় ল’লে কিয়? ন্যায়ৰ দাবীত হোৱা আন্দোলনক মষিমুৰ কোনে কৰিব খুজিছে... জুবিন গাৰ্গ হত্যাৰ ন্যায় লাগিবই- চিধা কথা মুখ্যমন্ত্রী মহোদয়- জনতাই জানিছে ৰাজনীতি কোনে কৰিছে? মুখ্যমন্ত্রী মহোদয়-জনতাই বুজিছে হঠাৎ জুবিনপ্রেমী কেনেকৈ,ক’ৰ পৰা ওলাইছে? মুখ্যমন্ত্রী মহোদয়- আজে-বাজে নহয়,জনতাই জুবিন গাৰ্গ হত্যাৰ ন্যায় বিচাৰিছে! কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOUR | Part 1 #pratidintimelive