У нас вы можете посмотреть бесплатно Hiyat Epahi Golap (Kahinoor Theater) или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
শোণিতৰে সোঁতে সোঁতে বয় তোমাৰে নাম কলিজাৰে আশে পাশে তোমালৈয়ে মৰম ৰ'দে জোনাকে চুই থাকে প্রণয় কোলাত অ' অ' অ' অ' অ' অ' হিয়াৰ এপাহি গোলাপ হিয়াৰ এপাহি গোলাপ ক'ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে দুপৰৰ খবৰত নিশাৰো বতৰাত সিৰে ৰ'বা পৰত দুভৰিৰ দুখোজত দৰদি ভাৱনাৰে খং ভালপোৱা অ' অ' অ' অ অ অ হিয়াৰ এপাহি গোলাপ হিয়াৰ এপাহি গোলাপ শোণিতৰে সোঁতে সোঁতে বয় তোমাৰে নাম কলিজাৰে আশে আশে পাশে তোমালৈয়ে মৰম ৰ'দে জোনাকে চুই থাকে প্রণয় কোলাত অ' অ' অ' অ' অ' অ' হিয়াৰ এপাহি গোলাপ হিয়াৰ এপাহি গোলাপ