У нас вы можете посмотреть бесплатно ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই ।গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুমোদনৰ পাছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আহিল ভাল খবৰ বিদেশত তদন্ত চলোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলে অসম আৰক্ষীয়ে BNSSৰ অধীনত ২০৮ ধাৰাৰ অনুমতি লাভ কৰিলে অসম আৰক্ষী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰক এখোজ আগবাঢ়িল জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰক্ৰিয়া ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গৰ আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আঁতৰিল সকলো বাধা সামাজিক মাধ্যমযোগে এই খবৰ জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই