У нас вы можете посмотреть бесплатно এফালে ঋণত ডুব গৈছে ৰাজ্য আনফালে বেনাৰ হৰ্ডিঙৰ বাবে কোটি কোটি খৰছ ৰাজ্য চৰকাৰৰ! или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌মোদীময় গুৱাহাটীত নাই অন্য বেনাৰৰ স্থান! 📌তলে-ওপৰে, সোঁৱে-বাঁওৱে মোদীৰ বেনাৰ পোষ্টাৰ লগাই কোটিৰ ঘৰত জনতাৰ ধন শৰাধ হিমন্ত চৰকাৰৰ! 📌এফালে ঋণত ডুব গৈছে ৰাজ্য আনফালে বেনাৰ হৰ্ডিঙৰ বাবে কোটি কোটি খৰছ ৰাজ্য চৰকাৰৰ! 📌২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী! 📌প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ মহানগৰীৰত এতিয়া কেৱল বিজেপিৰ নেতা মন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোসম্বলিত বেনাৰ হৰ্ডিং! 📌বেনাৰ হৰ্ডিঙৰ নামত কোটি কোটি চৰকাৰী ধন খৰছ কৰাক লৈ ক্ষোভিত সাধাৰণ জনতা!___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now