У нас вы можете посмотреть бесплатно দক্ষ-যজ্ঞ//Dakhya Jagya//DIET JORHAT//ভাওনা//Bhauna//2025 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ২০২০ৰ "কলা সমন্বিত শিক্ষা” ব্যৱস্থাৰ অনুশীলনৰ লক্ষ্যৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিচালিত আৰু অভিনিত নাট— “দক্ষ-যজ্ঞ” স্হান: ডায়েটৰ বাকৰি,তিতাবৰ, য়োৰহাট দিনাংক: ১১এপ্ৰিল,২০২৫ চন ভাৱৰীয়াসকল— সূত্র: জয়শ্ৰী বৰা নাৰায়ণ: মৃণাল শইকীয়া লক্ষ্মী: সাগৰীকা গোস্বামী নাৰদ: জানমণি দাস ব্রহ্মা: বিৰিঞ্চি কুমাৰ শইকীয়া শিৱ: কৌস্তুভ কুমাৰ বৰা নন্দী: অবিনাশ শইকীয়া ভিংগী: অৰিয়ন স্বৰ্গীয়াৰী ভৃগুমুনি: নৱজ্যোতি ভৰালী দক্ষ: ঋতুপৱন শইকীয়া প্রসেনজিৎ: ভাস্কৰ জ্যোতি বৰা প্রসূতি: আকাংক্ষা শইকীয়া সতী: তৰালী চেতিয়া প্রথম সখী: অংকিতা গগৈ দ্বিতীয় সখী: সংগীতা গগৈ ইন্দ্র: ৰাজপল বৰুৱা পৱন: হৃষীকেশ শইকীয়া শনি: সত্যপ্ৰতীম বৰা অগ্নি: সুৰুজ জ্যোতি বৰা অবন্তিৰাজ: প্ৰাণজিৎ বৰা বিদৰ্ভৰাজ: বিদ্যুৎ ভৰালী তাৰকাসুৰ: বিপ্লৱ শইকীয়া জংঘাসুৰ: জিতেন গগৈ সম্বৰাসুৰ: দেৱাশীষ কুমাৰ দত্ত বীৰভদ্ৰ: এম কুমাৰ শ্ৰেষ্ঠ মণিভদ্র: গৌৰৱ গগৈ দোহাৰ/গায়ন-বায়ন— ৰুহিত দাস ৰণ্টু ৰঞ্জন কোঁৱৰ মনজিৎ চেতিয়া জিণ্টু হাজৰিকা প্ৰকাশ হাজৰিকা অভিলাষ মহন্ত সৌৰভ দাস বাঁহী: মানস বৰা সংগঠন সমিতি— সভাপতি: শ্ৰীঅনন্ত গগৈ (অধ্যক্ষ, ডায়েট,যোৰহাট) সম্পাদিকা: শ্ৰীমতী কৃষ্ণা দত্ত ডেকা (জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট,যোৰহাট) সমন্বয়ক (পৰিচালনা): শ্ৰীমুকুল ফুকন (জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট,যোৰহাট) ভাওনা তত্বাৱধায়ক (পৰিচালনা): শ্ৰীমতী জুৰি নেওগ (জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট,যোৰহাট) কোষাধ্যক্ষ: শ্ৰীমতী কল্পনা হাজৰিকা গগৈ (জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট,যোৰহাট) ব্যৱস্হাপক: শ্ৰীনিপু চাহু (প্ৰৱক্তা, ডায়েট,যোৰহাট) যুটীয়া ছাত্ৰ সভাপতিস: শ্ৰীনৱজ্যোতি ভৰালী আৰু শ্ৰীদেৱাংগ পৰশ গগৈ যুটীয়া ছাত্ৰ সম্পাদক: শ্ৰীপুলক প্ৰতীম বৰা আৰু শ্ৰীলক্ষ্যজ্যোতি দত্ত যুটীয়া ছাত্ৰ কোষাধ্যক্ষ: শ্ৰীবিমান কলিতা আৰু শ্ৰীশৰৎ গগৈ প্ৰযোজনা— কৃষ্ণা দত্ত ডেকা #DIET #দক্ষ-যজ্ঞ #Dakhya Jagya #অসমীয়াভাওনাসংস্কৃতি #অসমীয়া ভাওনা