У нас вы можете посмотреть бесплатно গাঁৱত উৎপাদিত সামগ্ৰীৰে মহানগৰীত আৰম্ভ কৰিলে “থলগিৰি ” | tholgiri или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
গাঁৱত উৎপাদিত সামগ্ৰীৰে মহানগৰীত আৰম্ভ কৰিলে “থলগিৰি ” tholgiri অসমীয়া যুৱ প্ৰজন্মৰ বাবে এক আদৰ্শ সৃষ্টি কৰিছে এগৰাকী জ্যেষ্ঠ সাংবাদিকে ৷ সাংবাদিকতা ত্যাগ কৰি তেওঁ আৰম্ভ কৰিছে “থলগিৰি '' নামৰে এক অভিনৱ ব্যৱসায় ৷ বাতৰি কাকতৰ পৰা টেলিভিচনৰ সাংবাদিকতালৈকে বহু অভিজ্ঞতাৰে পুস্ত মনোৰম গগৈ নামৰ এই ব্যক্তিগৰাকী ৷ শেহেতীয়াকৈ তেওঁ গাঁৱত উৎপাদিত সামগ্ৰীৰ এখন বজাৰ সৃষ্টি কৰি আহিছে “থলগিৰি-অসমীয়া হোৱা গৌৰৱ নামৰ লতাশীলত থকা এই ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে ৷ থলগৰি নিৰ্মান আৰ্হিও অভিনৱ ৷ অসমীয়া বৈচিত্ৰময় পৰম্পৰাৰক ফুটাই তোলা হৈছে ব্যৱসায় প্ৰতিষ্ঠানটিত ৷ আহকচোন সাংবাদিকতা ত্যাগ কৰি ব্যৱসায়ীক জীৱন আকোৱালি লোৱা মনোৰম গগৈৰ মনৰ কথা জানো