У нас вы можете посмотреть бесплатно কোটিপতি или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কোটিপতি মাকৰ ওচৰতেই...নিজ পুতেকে বিচাৰিলে ভিক্ষা! 😭গুৱাহাটীৰ এক বুকু কঁপোৱা কাহিনী | Assamese story নমস্কাৰ, Spiritual Assam লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ গুৱাহাটী চহৰৰ পটভূমিত ৰচিত এক বুকু কঁপাই যোৱা আৱেগিক তথা ৰহস্যময় কাহিনী। এগৰাকী কোটিপতি মাতৃয়ে প্ৰতি নিশা গুৱাহাটী ৰেলৱে ষ্টেচনত কিয় অপেক্ষা কৰে? আৰু এদিন নিশা যেতিয়া এজন লেতেৰা মগনীয়াই তেওঁৰ ওচৰত দহ টকা ভিক্ষা বিচাৰিলে, তেতিয়া তেওঁৰ ভৰিৰ তলৰ মাটি কিয় খহি পৰিল? ধনৰ লোভত মানুহে কিমান তললৈ নামিব পাৰে আৰু এগৰাকী মাতৃৰ প্ৰেমৰ ওচৰত কেনেকৈ সকলো ষড়যন্ত্ৰ হাৰ মানে, লগতে কৰ্মফলৰ (Karma) নিশ্চিত হিচাপ— এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাহিনীটো কেনে লাগিল, আপোনালোকৰ বহুমূলীয়া মতামত কমেন্টত জনাব। ধন্যবাদ! #SpiritualAssam #AssameseStory #AssameseMotivationalStory #Karma #MothersLove #AssameseSuspenseStory #Guwahati #Assam #AssameseStory #Emotional #Guwahati #HeartTouching #ViralAssam #MotherSonLove #AssameseCulture #SocialAwareness #InspirationalStory #GuwahatiDiaries #AssameseVideo #TrueStory Disclaimer: This video is for educational and entertainment purposes only. The story and characters depicted in this video are fictional. Any resemblance to actual persons, living or dead, or actual events is purely coincidental. We do not intend to hurt the sentiments of any individual, community, or religion. ডিচক্লেইমাৰ: এই ভিডিঅ’টোত দেখুওৱা কাহিনী আৰু চৰিত্ৰসমূহ সম্পূৰ্ণৰূপে কাল্পনিক আৰু কেৱল মনোৰঞ্জন তথা সামাজিক সচেতনতাৰ বাবেহে নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে কোনো ব্যক্তি, ধৰ্ম বা সমাজক আঘাট কৰাৰ আমাৰ কোনো উদ্দেশ্য নাই।