У нас вы можете посмотреть бесплатно অধিবক্তা সমাজ বনাম চৰকাৰী পক্ষ, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰক লৈ মতান্তৰ অব্যাহত স্থানান্তৰৰ প্রতিবাদত ধৰ্মঘটত বহিছে অধিবক্তা সমাজ এতিয়াও নিজৰ স্থিতিত অটল চৰকাৰ ৰংমহলত নিৰ্মাণ হ’বই ন্যায়িক নগৰ আজি সমুখ-সমৰত দুটা বিশেষ পক্ষ অধিবক্তা সমাজ বনাম চৰকাৰী পক্ষ ষ্টুডিঅ’ত বিশিষ্ট আইনজ্ঞ অনিল কুমাৰ ভট্টাচাৰ্য আছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আছে হাইক’ৰ্ট বাৰ এছ’চিয়েচনৰ সভাপতি কমল নয়ন চৌধুৰী আৰু আছে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ #PratidinTime #AssamNews #assam #NitumoniSaikia #abhimat #DevajitSaikia #KamalNayanChoudhury