У нас вы можете посмотреть бесплатно মুখ্যমন্ত্ৰীৰ পত্নী কোনো বিধায়ক-মন্ত্ৰী নহয়, চৰকাৰী কোনো পদবীত নথকাকৈ কেনেকৈ সম্ভৱ হ'ল? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌গণতান্ত্ৰিক দেশত ৰজাৰ অনুপস্থিতিত ৰাণীৰ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কেনেকৈ সম্ভৱ? 📌মুখ্যমন্ত্ৰীৰ পত্নী হ'ল বুলিয়েই সংবিধান বিৰোধী কাম কিয় কৰিলে ৰিণিকি ভূঞা শৰ্মাই? 📌ৰিণিকি ভূঞা শৰ্মা মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদত আজাৰাত ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ কৰিব কেনেকৈ পাৰিলে? 📌এই কাম যদি কেনেবাকৈ গৌৰৱ গগৈৰ পত্নীয়ে কৰিলে হেঁতেন তেতিয়া নিউজ লাইভে গৌৰৱ গগৈক কটাক্ষ কৰি বাতৰি পৰিৱেশন কৰিলেহেঁতেন! 📌হিমন্তবিশ্বৰ পত্নী হোৱাৰ বাবেই ৰিণিকি ভূঞা শৰ্মাৰ বাবে অসম্ভৱো হৈ উঠে নেকি সম্ভৱ?___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now