У нас вы можете посмотреть бесплатно আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিজ্ঞানী, বিজ্ঞান লেখক ।।ডঃ মোহন চন্দ্ৰ কলিতা ।। Spiritual Speech ।। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Spiritual Speech of V.C Of the Krishnaguru Adhyatmik Vishwavidyalaya।। ঈশ্বৰমুখী আৰু কৰ্মমুখী হোৱাৰ আহ্বান।। ডঃ মোহন চন্দ্ৰ কলিতা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিজ্ঞানী, বিজ্ঞান লেখক। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য । গৱেষণা, আলোচনা চক্ৰ, বক্তৃতা আদিৰ উদ্দেশ্যে বিশ্বৰ সোতৰখন দেশ ভ্ৰমণ কৰিছে । তেখেতৰ পাঁচটা ৰাষ্ট্ৰীয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় আৱিষ্কাৰ(patent) আছে । তেখেতে সমাজক ঈশ্বৰমুখী আৰু কৰ্মমুখী হৈ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আহ্বান জনাই। নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ১২দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন ।। ৩১ জানুৱাৰীৰ পুৱাৰে পৰা বৈকুণ্ঠপুৰীলৈ পৰিণত হল কৃষ্ণগুৰুৰ সেৱাশ্ৰমৰ চৌহদ।। ১২দিনীয়া অখণ্ড কীৰ্তন পাঠ ১২ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত সামৰণি পৰিব।। এই অখণ্ড কীৰ্তনত ভাগ লয় বিশ্বৰ ১০৭খন কৃষ্ণগুৰু শাখা সেৱাশ্ৰমে।। অখণ্ড কীৰ্তনৰ সমান্তৰালকৈ প্ৰতিদিনে বিয়লি অনুষ্ঠিত হয় একোখনকৈ ধৰ্মালোচনী সভা।। *কৃষ্ণগুৰু আধ্যাত্মিক শিক্ষা পৰিষদৰ ধৰ্মালোচনী সভাত উপস্থিত থাকি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰভুৱে ঈশ্বৰমুখী আৰু কৰ্মমুখী হোৱাৰ ওপৰত খুব সুন্দৰকৈ বক্তব্য ৰাখে। *জাতি , ধৰ্ম , বৰ্ণ, ভাষা,লিংগ নিৰ্বিশেষে সকলোলৈকে আমাৰ নিবেদন আপুনি/আপোনাসৱে মুক্তমনে "কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন"ত ভাগ লৈ কৃষ্ণগুৰু ঈশ্বৰৰ কৃপালব্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰে যেন 🙏।। জয় কৃষ্ণগুৰু🙏🙏🙏