У нас вы можете посмотреть бесплатно যোৰাবাটত হাজাৰ হাজাৰ অসমীয়া কেব চালকৰ প্ৰতিবাদ৷ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
যোৰাবাটত হাজাৰ হাজাৰ অসমীয়া কেব চালকৰ প্ৰতিবাদ৷ অসমত প্ৰৱেশত বাধা মেঘালয়ৰ বাণিজ্যিক বাহনক! অসমৰ বাণিজ্যিক বাহনসমূহক মেঘালয়ৰ পৰ্যটনস্থলীত প্ৰৱেশত বাধা দিয়াৰ পিছতে ক্ষুদ্ধ হৈ পৰে অসমীয়া কেবচালকসকল৷ দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰিবহন বিষয়া আৰু দণ্ডাধীশৰ উপস্থিত অনুষ্ঠিত বৈঠকৰ পিছতে সাময়িকভাৱে স্থগিত ৰখা হয় প্ৰতিবাদ৷ দুদিনৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস মেঘালয় চৰকাৰৰ৷ অসমৰ চালকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি মেঘালয় চৰকাৰৰ৷ 'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ / asomlive24 / @asomlive24digital #asomlive24 #axomlive24 #assamlive24 #breakingnews #exclusivenews #currentaffairsofassam #dailynewsupdate #dailynews #assamkanews #latestnewsofassam #latestnews