У нас вы можете посмотреть бесплатно ছাগলী পালনেৰে স্বাৱলম্বী নলবাৰী জিলাৰ শিক্ষীত যুৱক | Goat farm in Assam | или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নলবাৰী জিলাৰ এজন যুৱকে আত্মসংস্থাপনৰ ক্ষেত্ৰত নিজাকৈ এক উদ্যোগ গ্রহণ কৰি এক অনন্য আদর্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। ছাগলী পালনেৰে স্বাৱলম্বী হৈছে নলবাৰীৰ টিকু শৰ্মাই। তেওঁ সম্প্রতি ঘৰতে উন্নত জাতৰ ছাগলী পালন কৰি বছৰী তিনি-চাৰি লাখ টকা পর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে। ছাগলী পালনক কিয় লাভজনক ব্যৱসায় গণ্য কৰা হয়? ১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷ ২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷ ৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷ ৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷ ৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷ ৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম ৷ CONTACT DETAILS TIKU SARMA 9678706962 Assam Farmer Priyanku Choudhury 8638968646