У нас вы можете посмотреть бесплатно Mago-Chuna-Lunger,An untouch vally of Arunachal pradesh или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
প্ৰাকৃতিক পৰিৱেশৰ ফালৰ পৰা মাগো এখন সৌন্দৰ্য্যপূৰ্ণ ঠাই যত প্ৰকৃতিৰ মনোৰম সানিধ্য পোৱা যায়। মগো নামৰ ঠাইখন অৰুণাচল প্ৰদেশত অৱস্থিত আৰু ঠাই খন অৰুণাচল আৰু চীনা সীমান্তৰ গাতে লাগি থকা এখন ঠাই। প্ৰকৃতি প্ৰেমী পৰ্যটক সকলৰ বাবে মাগো এখন খুবেই ধুনীয়া ঠাই, তাত বিভিন্ন ধৰণৰ বনৰীয়া ফুল দেখিবলৈ পোৱা যায় লগতে তাত গৰম পানীৰ উঁহ আছে যিবোৰ পৰ্যটক সকলে খুব সুন্দৰ ভাৱে উপভোগ কৰিব পাৰিব। ঠাইখিনি মনোৰম হলেও মাগোলৈ যাবলৈ ৰাস্তাৰ অসুবিধা বৰ্তমানলৈ ৰাস্তা সমূহ ভাল দৰে নিৰ্মাণ কৰা হোৱা নাই। আৰু তাত থকা খোৱাৰো বিশেষ সুবিধা নাই, থকাৰ বাবে এটি Guest house আছে কিন্তু সেইটো থকাৰ বাবে বিশেষ উপযোগী নহয়। Mago is close to the China border. It is roughly 5 to 6 kilometres away. There may be some challenges because the routes to Mago have not yet been added to the map. And if you want to enjoy your journey with all of its adventures and off roading, visit Mago.