У нас вы можете посмотреть бесплатно ৰঙালাও খেতি কেনেকৈ কৰা হয়? Ronga lao kheti kenekoi kore | Pumpkin farming in Assam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰঙালাও খেতি কেনেকৈ কৰা হয়? Ronga lao kheti kenekoi kore | Pumpkin farming in Assam Please Like comment and subscribe❤🙏🙏🙏 ৰঙালাও সচঁৰ বর্ণনা মাটি ব্যৱধান সাৰ প্রয়োগ সচঁ আর্কা সূর্য্যমুখী , আর্কা চন্দন আৰু উচ্চমান দণ্ডৰ থলুৱা সচঁ। সচঁৰ বর্ণনা ১) আর্কা সূর্য্যমুখী : প্রত্যেক জোপা গছত ৮-১০ টাকৈ ফলধৰে , ফলবোৰ ঘূৰণীয়া সৰু সৰু ১০ কি:গ্রাম ওজনৰ , গাৰ বৰণ গাঢ় কমলাৰঙৰ , মঙহাল , ১০০ দিন মানৰ ভিতৰত পুৰঠ হয় । হেক্টৰে প্রতি ৩৩৫ কুইন্টলমান উত্পাদন হয় । মাখি পোকৰ আক্রমণ প্রতিহত কৰিব পৰা ক্ষমতা থকা । ২) আর্কা চন্দন : ২ টাৰ পৰা ৩ টা মান প্রতিজোপা গছত ফলধৰা , প্রত্যেকটো ৰঙা লাওৰ ওজন প্রায় ২-৩ কি: গ্রাম , ৰঙালাওটোৰ দুয়োটা মূৰ ভিতৰলৈ সোমোৱা , গাৰ বৰণ সামান্যভাবে হালধীয়া আৰু গাত দাগ থকা , মঙহাল , আৰু মিঠা স্বাদৰ , ১২০ দিনৰ ভিতৰত পুৰঠ হোৱা । মাটি সাধাৰণতে বালিচঁহীয়া , ওখ পানী নোহোৱা মাটিয়েই ৰঙালাও খেতিৰ বাবে উপযোগী । যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি । বীজৰ পৰিমাণ ৬-৮ কি: গ্রাম / হেক্টৰত সিঁচাৰ সময় : গ্রীষ্ম কালি চপাবৰ বাবে = জানুৱাৰী - এপ্রিল বসন্তকালি চপাবৰ বাবে = চেপ্তেম্বৰ - অক্তোবৰ ব্যৱধান ১) গ্রীষ্ম কালিৰ বাবে = ২.৫ -৩.০ মিটাৰ * ০.৯ -১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ ) ২) বসন্ত কালিৰ বাবে = ২.৫ - ৩.০ মিটাৰ * ১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ ) সাৰ প্রয়োগ হেক্টৰে প্রতি ২০ - ২৫ টন পচন সাৰ , ৭৫ কি: গ্রাম নাইট্রজেন , ৮০ কি: গ্রাম ফছফৰাচ , ৮০ কি:গ্রাম পটাছ সাৰ , ৩০ কি: গ্রাম কেলচিয়াম অক্সাইদ বীজ দিয়াৰ প্রায় ৮-১০ দিনমানৰ আগেয়ে মাটিত প্রয়োগ কৰি লব । জলসিঞ্চন শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছ বোৰত পানী দিয়াৰ ব্যৱস্থা কৰিব । শস্যচপোৱা গছত ৰঙালাওবোৰে হালধীয়াৰ পৰা কমলাৰঙৰ হলেই চিঙি পেলাব লাগে । উত্পাদন ৬৫ - ৭৫ কুইন্টল ( সৰু জাত ) হেক্টৰত ১২০-২০০ কুইন্টল ( ডাঙৰ জাত ) হেক্টৰত উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট। #pumpkin #farming #plantation #pumpkinfarm #assam @Hatem ali's life