У нас вы можете посмотреть бесплатно কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ আম আদমি পাৰ্টিৰ নেত্ৰী অনুৰূপা ডেকাৰজা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আমি আমি আপ অসমে নিৰ্বাচন খেলিম এইটো নিশ্চিত। কংগ্ৰেছে আমাক মিত্ৰতাৰ বাবে নিমন্ত্ৰণ কৰা নাই। কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ হ'লে সকলোকে লগত লৈ নিৰ্বাচন খেলাৰ প্ৰয়োজন আছে। আমি এতিয়াও মিত্ৰতাৰ পক্ষত আছো। বৰ্তমান আমি বহুকেইটা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছো। আপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৪৫টা সমষ্টিত আছে। কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ আম আদমি পাৰ্টিৰ নেত্ৰী অনুৰূপা ডেকাৰজা।