У нас вы можете посмотреть бесплатно কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয়, ক্ষমা বিচাৰক বিধায়ক অখিল গগৈয়েও: মুখ্যমন্ত্ৰী или скачать в максимальном доступном качестве, которое было загружено на ютуб. Для скачивания выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
⭕ কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয়, ক্ষমা বিচাৰক বিধায়ক অখিল গগৈয়েও: মুখ্যমন্ত্ৰী ⭕ 'বিধায়ক অখিল গগৈয়েও এজন বিধায়কে ভাষণ দি থকা সময়ত বাৰে বাৰে বাধা দিবলৈ চেষ্টা কৰিছিল' ⭕ বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে কৰা ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিপন্থী: মুখ্যমন্ত্ৰী ⭕ 'ৰাজ্যিক সভাপতিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে' ⭕ 'ভাষণৰ মাজত এনেধৰণে বাধা প্ৰদান কৰা পৰম্পৰা পূৰ্বতে অসম বিধানসভাত নাছিল' ⭕ ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে: মুখ্যমন্ত্ৰী ⭕ অখিল গগৈয়েও এই কাৰ্যৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে: মুখ্যমন্ত্ৰী Like the official facebook page of News Live: / newslivetvofficial Follow News Live on twitter: / newsliveghy Connect to our instagram account: / newsliveghy Visit our website for all news updates: http://newslivetv.com/