У нас вы можете посмотреть бесплатно Udahoron (Lyrics) Tanmoy Saikia & Stannuim (From "Olongkar") или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Stream ~ Udahoron (Lyrics) Tanmoy Saikia & Stannuim Follow Us Tanmoy/https://www.instagram.com/_tanmoy.sai... Stannuim/https://www.instagram.com/stanniummus... Kakutu/https://www.instagram.com/kakutu__cre... #udahoron #tanmoysaikia #stannuim Lyrics চালে তোমাৰ চকুলে বুকুয়েই পাখি মেলে নাচাবাচান এনেদৰে মৰমে লাজ কৰে মৌ মিঠা তাটোকৈ মিঠা.. তোমাৰ মাতে.. নিঃশব্দ জীৱনটো সুৰৰ মেলা পাতে লুইতৰে বলিয়া বাত অভিমানী তোমাৰ সমান কিদৰে মই বুজাও তোমাক তুমি বিনে মৰম অজান আহাঁনা এবাৰ.. কাষলে তুমি মুকলি মনৰ পদূলি চুমি দুৰতে জেৰৈ নাথাকিবা জুমি উদাহৰণ প্ৰেমৰে তুমি প্ৰেমৰে তুমি তাইৰ প্ৰিয় ৰং বোলে নীলা মই আকাশ হবলৈ সাজু নীলা আকাশৰ তলত জিৰাই দুয়ো আলিংগন কৰোঁ যদি তুমি বিচৰাৰ দৰে মৰম. দিব নোৱাৰোঁ মই যদি অপাৰ মৰম আনে আহি দিয়াৰ সুযোগ লয় তুমি থাকিবা নে মোৰে হৈয়ে চকু থৈ কোৱা মই কথা দিলোঁ প্ৰিয়তমা যোগে যোগে তোমাৰ হোৱাৰ যোগে যোগে তোমাৰ হোৱাৰ যোগে যোগে তোমাৰ হোৱাৰ আহানা এবাৰ কাষলে তুমি মুকলি মনৰ পদূলি চুমি দুৰতে জেৰৈ নাথাকিবা জুমি উদাহৰণ প্ৰেমৰে তুমি প্ৰেমৰে তুমি