• ClipSaver
  • dtub.ru
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG скачать в хорошем качестве

মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG 19 часов назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG в качестве 4k

У нас вы можете посмотреть бесплатно মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



মই জুবিনে কৈছোঁ | Happy Birthday to Zubeen Garg | Namami Production | tribute to ZG

Poetry : "মই জুবিনে কৈছো…" মই কৰি দিলো, চাই ল ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খুজি মানুহক আজি আকাশ চুবলৈ শিকালো, সাগৰ নীলা ভালপোৱাৰে জী উঠিলো, হেৰাই গ’লো কৈ যোৱাৰ দৰেই... জীৱন সীৰলুত উমসনা মৰম ভিক্ষা বিচাৰি দালানত হেঙুলীয়া বসনৰ লিপ্সা নাছিল কেতিয়াও। বিপ্লৱ, প্ৰতিবাদ, পৰিৱৰ্তন এইবোৰ স্বাধীনতাৰ ভাষা... হত্যা, সন্ত্ৰাসৰ ৰঙাফাঁকুৰে শান্তি দিব পাৰে জানো ? সপোন ৰঙৰ জীৱন আঁকি সোণৰ অসম কোনেও গঢ়িব নোৱাৰে। জলফাইৰঙী অৰণ্যত ৰ’দৰ লুকাভাকুৰ প্ৰত্যাশাত জীৱন মৰুত অস্তবেলিৰ আলিংগন মোৰ কাম্য নাছিল। কিন্তু... মই যি ভাবো, মই যি কৰো, সেইবোৰ ক’ৰবাত নহয়, ক’ৰবাত মিলি যায়। চিনেমাখনৰ দৰেই মই চাগে মৰিলোও এনেদৰেই। দুচকু ভেদি অহা তঁহতবোৰৰ তপত অশ্ৰুৰ প্ৰশ্নবোৰৰ উত্তৰো আছে জানো দিব পৰাকৈ! ক’বলেতো বহু কথাই ৰৈ গ’ল— মোৰ মৃত্যুত নঘটিবলগীয়া বহু কথাই ঘটি গ’ল। সকলো আজি জী উঠিছে। সম্ভৱ হ’ল ১০০ বছৰলৈ কোনেও কৰিব নোৱাৰা কাম। কথাৰ কথাৰ দৰে অসমীয়া ছবিঘৰত বন্ধ হ’ল হিন্দী ছবিৰ শ্ব’। সকলো হলে চলাইছে কেৱল ‘ৰৈ ৰৈ বিনালে’। বন্ধ হৈ থকা হলো খুলি সকলোৱে বিচাৰিছে মোৰ চিনেমা। সকলো আজি জী উঠিছে। মোৰ নিৰ্বিকাৰ প্ৰাণস্পন্দনৰ জীউটোৱে নিৰলস বকুল বনৰ সুবাস বিলাইছে। মহখুলিৰ এটা হাতেৰে মজদুৰি কৰা ল’ৰাটোৰ, এখন ভৰি হেৰুৱাই আঠুকাঁঢ়ি মোৰ ওচৰলৈ সহায়ৰ হাত মেলি অহা ল’ৰাটোৰ আৰু যে চকুহাল দি পোহৰ দেখুওৱাৰ প্ৰতিশ্ৰুতি দিয়া ছোৱালীজনীৰ, তেজপুৰত স্কুটাৰ এখন কিনি দি চানা বেচিবলৈ সহায় কৰা বেপাৰীজনৰ কি খবৰ অ’… খবৰ লবি তহঁতে। মই স্বাৰ্থপৰ নহয় অ’। সিঁহতক লৈ আহ মোৰ ওচৰলৈ... মোৰ কাঁষত থাকিলে সিঁহতে শান্তি পাব, জীয়াই থকাৰ সম্বল পাব। মোৰ মৃত্যু হলেও অন্ততঃ ভাতমুঠি পাব সিঁহতে। সিমানখিনি কৰাৰ মোৰ দম আছে অ’। মোক বেয়া পোৱা মানুহবোৰে কাৰোবাক সন্তুষ্ট কৰিবলৈ এইকেইদিন ভীষণ ব্যস্ত হৈ পৰিছে। তঁহতি সব গম পালেও কৈ নিদিবিচোন... দেশখনো আমাৰ, পুলিচো আমাৰ, মানুহবোৰো আমাৰ.. আইন-কানুন সকলো আমাৰ হ’ব। তঁহতি সকলো গম পালেও কৈ নিদিবিচোন... বায়ুসেনাক মই ধন্যবাদ দিছো, মোৰ বাবেই ইমান ৰঙৰ পোহাৰ মেলিলে... আকাশৰ নীলাখিনি গাত মেৰিয়াই মনৰ চিলাখন উৰুৱাবলৈ মোৰো যে বহুত মন আছিল... নিৰ্লোভ ভাস্কৰ্য্যত খোদিত হৈ মই পুনৰ জী উঠিছো। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে... মোৰ স্পন্দিত গদ্য জীৱনবোধৰ সন্মোহনী ছন্দই যুগে যুগে মোক মানুহৰ মাজত বিলীন কৰিছে। পুৱতি নিশা নিয়ৰৰ শব্দত মই জী উঠিম। গভীৰ নিশা নিৰ্জনতাত সৃষ্টিৰ পাতনি মেলিম... 3G, 4G, 5G বাদ দে অসমত সদায় চলিব কেৱল ZG কমৰেড ZG "Zubeen Garg" a voice that still lives in every Assamese heart, and a soul that will forever remain a part of our songs, smiles, and struggles. This video is a heartfelt poetic tribute to our beloved Zubeen da, who gave us music, memories, and love beyond measure. 💔🎶 Through this poem, we remember the man who stood by the downtrodden, spoke the language of the masses, and sang for every heartbeat of Assam. This is not just a tribute. This is love… this is respect… this is remembrance. 🎥 Presented by Namami Production From the heart of Assam, for the legend who forever lives through his art. #justiceforzubeengarg #zubeengarg #tributetozubeen #zubeen #assamlegend #namamiproduction #poetryvideo #assammusic #assamculture #zubeen_garg #foreverinourhearts #recitation #assamesepoetry #zubeengargmusic #assam #assamese #mayabini #assamesesong #zubeensong #youtube #videos #viral #viralvideos

Comments
  •  Best of Zubeen Garg (pt.||) Reverb Song | Zubeen Garg | #zubeen_garg #zubeen_viral_song #sadsong 8 дней назад
    Best of Zubeen Garg (pt.||) Reverb Song | Zubeen Garg | #zubeen_garg #zubeen_viral_song #sadsong
    Опубликовано: 8 дней назад
  • জুবিন দাক আৱৰি ৰখা দুজন ব্যক্তি। অসমৰ সুসন্তান , ভাৰতৰ গৌৰৱ ধ্ৰুৱজ্যোতি ফুকন, আৰু শাশ্বতী ফুকনৰ সৈতে 16 часов назад
    জুবিন দাক আৱৰি ৰখা দুজন ব্যক্তি। অসমৰ সুসন্তান , ভাৰতৰ গৌৰৱ ধ্ৰুৱজ্যোতি ফুকন, আৰু শাশ্বতী ফুকনৰ সৈতে
    Опубликовано: 16 часов назад
  • Heartthrob Jattra / Tribute to Zubeen Garg / Direction Lakhiranjan/ NK Production 1 день назад
    Heartthrob Jattra / Tribute to Zubeen Garg / Direction Lakhiranjan/ NK Production
    Опубликовано: 1 день назад
  • ⚡️ Дальнобойный удар Запада по РФ || Москва готова атаковать Берлин 3 часа назад
    ⚡️ Дальнобойный удар Запада по РФ || Москва готова атаковать Берлин
    Опубликовано: 3 часа назад
  • Zubeen Garg (Tribute Mashup) - TYPHOON MUSIC | 55+ Songs [4K] 2 дня назад
    Zubeen Garg (Tribute Mashup) - TYPHOON MUSIC | 55+ Songs [4K]
    Опубликовано: 2 дня назад
  • #justiceforzubeengarg #assamisong #bangalisong #handcam #totalgaming #hd#hndmd#love#hindisong 2 недели назад
    #justiceforzubeengarg #assamisong #bangalisong #handcam #totalgaming #hd#hndmd#love#hindisong
    Опубликовано: 2 недели назад
  • জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বাক্সা কাৰাগাৰত অদ্ভূত কাণ্ড ! গভীৰ নিশা কি কি হৈছিল শ্যামকানুৰ লগত ? 18 часов назад
    জুবিন গাৰ্গৰ জন্ম দিনৰ দিনা বাক্সা কাৰাগাৰত অদ্ভূত কাণ্ড ! গভীৰ নিশা কি কি হৈছিল শ্যামকানুৰ লগত ?
    Опубликовано: 18 часов назад
  • সুধাকণ্ঠক আমি কিমান জানো ? | Tribute to Dr. Bhupen Hazarika | Namami Production #assam 13 дней назад
    সুধাকণ্ঠক আমি কিমান জানো ? | Tribute to Dr. Bhupen Hazarika | Namami Production #assam
    Опубликовано: 13 дней назад
  • তেওঁ বিহীন তেওঁৰ প্রথমটো জন্মদিন...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ 12 часов назад
    তেওঁ বিহীন তেওঁৰ প্রথমটো জন্মদিন...মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    Опубликовано: 12 часов назад
  • Zubeen Garg  Assamese song || Assamese New  Superhit song by Zubeen Garg || Assamese all song .. 1 месяц назад
    Zubeen Garg Assamese song || Assamese New Superhit song by Zubeen Garg || Assamese all song ..
    Опубликовано: 1 месяц назад
  • জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰটোত গভীৰ নিশা অদ্ভূত কাণ্ড! নিশা ২ বজাত কি হৈছিল? শুনিলে গা শিয়ৰি উঠিব! 18 часов назад
    জুবিন গাৰ্গৰ খাৰঘুলিৰ ঘৰটোত গভীৰ নিশা অদ্ভূত কাণ্ড! নিশা ২ বজাত কি হৈছিল? শুনিলে গা শিয়ৰি উঠিব!
    Опубликовано: 18 часов назад
  • Heart-throb Jatra | Tribute to Zubeen Garg | Studio CHANTaudio | Lakhiranjan | CHANTians 1 день назад
    Heart-throb Jatra | Tribute to Zubeen Garg | Studio CHANTaudio | Lakhiranjan | CHANTians
    Опубликовано: 1 день назад
  • সোণাপুৰত হুলস্থুল ! জুবিন গাৰ্গৰ জন্মদিনাই আকৌ মহা বিষ্ফোৰণ ! #justiceforzubeengarg 20 часов назад
    সোণাপুৰত হুলস্থুল ! জুবিন গাৰ্গৰ জন্মদিনাই আকৌ মহা বিষ্ফোৰণ ! #justiceforzubeengarg
    Опубликовано: 20 часов назад
  • Zubeen Garg Old Song Collection | Zubeen Garg Song | Best of Zubeen Top 10 Song | New Assames Song 1 месяц назад
    Zubeen Garg Old Song Collection | Zubeen Garg Song | Best of Zubeen Top 10 Song | New Assames Song
    Опубликовано: 1 месяц назад
  • TUMI GAANOR ZUBEEN TUMI PRANOR ZUBEEN | HAPPY BIRTHDAY ZUBEEN DA | MANAS ROBIN | 1 день назад
    TUMI GAANOR ZUBEEN TUMI PRANOR ZUBEEN | HAPPY BIRTHDAY ZUBEEN DA | MANAS ROBIN |
    Опубликовано: 1 день назад
  • নিজৰ জন্মদিনৰ কেক কাটি কাটি আমনি পাই  যোৱা মানুহজনে আজি পিছে নাকাটিলে এটাও কেক 17 часов назад
    নিজৰ জন্মদিনৰ কেক কাটি কাটি আমনি পাই যোৱা মানুহজনে আজি পিছে নাকাটিলে এটাও কেক
    Опубликовано: 17 часов назад
  • Anuradha - অনুৰাধা | Zubeen Garg - The Legend's First Mega serial | Episode No 14 19 часов назад
    Anuradha - অনুৰাধা | Zubeen Garg - The Legend's First Mega serial | Episode No 14
    Опубликовано: 19 часов назад
  • G'aybulla Tursunov - Xit Taronalari (Music Albom) #album 6 месяцев назад
    G'aybulla Tursunov - Xit Taronalari (Music Albom) #album
    Опубликовано: 6 месяцев назад
  • Красивая мелодия до слёз🌿Лучшая музыка в мире🌿Прекрасная музыка Сергея Грищука #4 2 дня назад
    Красивая мелодия до слёз🌿Лучшая музыка в мире🌿Прекрасная музыка Сергея Грищука #4
    Опубликовано: 2 дня назад
  • Roi Roi Binale    Zubeen Garg    ৰৈ ৰৈ বিনালে All Songs    #zubeengarg 2 недели назад
    Roi Roi Binale Zubeen Garg ৰৈ ৰৈ বিনালে All Songs #zubeengarg
    Опубликовано: 2 недели назад

Контактный email для правообладателей: [email protected] © 2017 - 2025

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5