У нас вы можете посмотреть бесплатно THE মনCAST (EP 14) - বড়ো জনগোষ্ঠীৰ উদ্যম, সংস্কৃতি আৰু পৰিচয় или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌স্বাভিমানী এটা জনগোষ্ঠীৰ স্বাভিমানী কাহিনী 📌'বড়ো স্পিৰিট' বা বড়ো জনগোষ্ঠীৰ উদ্যমৰ আঁৰৰ কাহিনী কি? 📌আন্দোলন শব্দটো বড়ো জনগোষ্ঠীৰ সৈতে কিদৰে জড়িত হৈ আছে? 📌কিদৰে হ'ল বড়ো জনগোষ্ঠীৰ উৎপত্তি আৰু পৰিচয়ৰ বিকাশ? 📌'বড়ো' শব্দৰ অৰ্থ কি? 📌পুৰাণত কিদৰে উল্লেখ আছে বড়ো জনগোষ্ঠীৰ কথা? 📌কি আছে বড়ো জনগোষ্ঠীৰ লোককথা, লোক কাহিনীত? 📌নৃতত্ত্ববিদসকলে কি কয় বড়ো জনগোষ্ঠীৰ বিষয়ে? 📌বড়ো সংস্কৃতিৰ পৰম্পৰাৰ বিষয়ে ভাৰতৰ অন্য প্ৰান্তত এতিয়াও আছে নেকি ভুল ধাৰণা ? 📌বৰ্তমানৰ নৱ প্ৰজন্মৰ বাবে Bodoland Identity কি? 📌'বাগুৰুম্বা'ত কিদৰে প্ৰতিফলিত হয় বড়ো মহিলাৰ জীৱন? 📌'THE মনCAST'ত পদ্মশ্ৰী অনিল কুমাৰ বড়োৰ মুখেৰে বড়ো জনগোষ্ঠীৰ বিষয়ে বহু কথা #TheMoncast #bodo #bodocommunity #Bodoland #bodoculture #BodoTradition #bathou #Bodoland #development #bodolandterritorialregion #Bagurumba #BagurumbaDance #culture #tradition #traditionaldance #BodoLanguage #bodoliterature #bodofolklore #anilboro #padmashri #moncast #podcast #youth #bodolandyouth #AssamesePodcast #bestassamesepodcast #assam #assamese #ddnewsassamese #ddnewsassam