У нас вы можете посмотреть бесплатно কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOURত | Part 2 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
প্রধানমন্ত্রীৰ এদিনীয়া ভ্রমণৰ POSTMORTEM... ১২ বছৰে দিল্লী আৰু ১০ বছৰ ৰাজ্যত বিজেপি চৰকাৰ... কিন্তু এতিয়াও পূৰ্বৰ কংগ্রেছৰ শাসনকালকে আক্রমণ কৰি ভোট ভিক্ষা কিয়? দলং হৈছে, কেন্দ্রই অসমত ধন বেছিকৈ দিছে, হাইৱেতে ৰানৱে হৈছে- ভাল কথা মৌলিক সমস্যাসমূহক লৈ অসম ভ্রমণকালত প্রধানমন্ত্রী নীৰৱ কিয়? প্রধানমন্ত্রীয়ে এবাৰো কিয় নক’লে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা? প্রধানমন্ত্রীয়ে কিয় নক’লে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ কথা? প্রধানমন্ত্রীয়ে কিয় নক’লে অবৈধ বিদেশী বহিষ্কৰণৰ বাবে লোৱা পদক্ষেপৰ কথা? প্রধানমন্ত্রীয়ে কিয় নক’লে চাহ শ্রমিকৰ মজুৰী বৃদ্ধিৰ কথা? গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ প্রধানমন্ত্রীক এবাৰো কোৱাৰ সাহস কিয় নহ’ল মুখ্যমন্ত্রীৰ? SEA PLANEৰ কথা নিৰ্বাচন আহিলেহে বিজেপি নেতাৰ মুখত ওলায় কিয়? মৌলিক সমস্যাসমূহক লৈ স্পষ্ট, যুক্তিনিষ্ঠ আৰু মুকলি বিতৰ্ক কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে NEWS HOURত | Part 2 #PratidinTimeLIVE