У нас вы можете посмотреть бесплатно তোমাৰ নামৰ সুৰত || Assamese Devotional folk song || Shankar. D || EchoVibes song 1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Tomar Namor Xurot - a devotional assamese song based on Assamese Folk life. The song presented by EchoVibes production. 🌸✨ Holi Vibes | Vaishnav Devotional Song | Spiritual Colors of Krishna ✨🌸 Rongor Holi, Bhaktir Holi 💛 A spiritual journey through Vaishnav thoughts and divine love. This devotional song blends the festive Holi vibes with deep Vaishnav philosophy — celebrating Krishna’s eternal presence in colors, music and devotion. Let the divine naam, soulful melody and vibrant Holi atmosphere fill your heart with peace and positivity. 🎶 Song Credits: 📝 Lyrics & Music: Shankar.D 🎤 Vocal Artist: AI Generated Voice 🎧 Production: EchoVibes Production 🔔 If you love devotional & spiritual Assamese music, don’t forget to Like, Share & Subscribe. Spread the colors of Bhakti this Holi! Lyrics সাঁজৰ পৰত নদীৰ পাৰত নিয়ৰ সৰে দূবৰি ঘাঁহত নিজান পথাৰ জোনাক মুখৰ মোৰ মন তোমাৰ ঘৰৰ পথত তোমাৰ নামৰ সুৰত ভৰিছে বুকু মোৰ আজি জগত ঘূৰি ঘূৰি তোমাৰ দুৱাৰে পাওঁ ঘূৰি তোমাৰ নাম লৈ লৈ সকলো ভয় জিনি আজি তোমাৰ নামৰ ধ্বনিত বিচাৰি পালো শান্তি আজি ছেৱে ছেৱে খোলৰ মাতত গাঁৱৰ পদূলি চোতাল কঁপে ধূপ জ্বলে সুৰভি বিলাই বন্তিৰ পোহৰে আন্ধাৰ আঁতৰায় তোমাৰ নামৰ সুৰত ভৰিছে বুকু মোৰ আজি জগত ঘূৰি ঘূৰি তোমাৰ দুৱাৰে পাওঁ ঘূৰি তোমাৰ নাম লৈ লৈ সকলো ভয় জিনি আজি তোমাৰ নামৰ ধ্বনিত বিচাৰি পালো শান্তি আজি মোৰ প্ৰাণৰ কোঁহে কোঁহে তোমাৰ স্নেহ ভৰি আছে যেতিয়া দুখে দহে মন মোৰ ভাঙি পৰে শকতি মাথোন তোমাৰ বিশ্বাস হে হে ৰাম.. তোমাৰ নামৰ সুৰত ভৰিছে বুকু মোৰ আজি জগত ঘূৰি ঘূৰি তোমাৰ দুৱাৰে পাওঁ ঘূৰি তোমাৰ নাম লৈ লৈ সকলো ভয় জিনি আজি তোমাৰ নামৰ ধ্বনিত বিচাৰি পালো শান্তি আজি সমুখৰ বাট আন্ধাৰে ঘেৰা তুমিয়ে মাথো পোহৰ #HoliVibes #VaishnavSong #KrishnaBhajan #DevotionalSong #SpiritualMusic #AssameseDevotional #HoliSpecial #BhaktiMusic #EchoVibesProduction #ShankarD