• ClipSaver
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

Borore Tololoi jao || New Chutia Bihu Song 2023 🎵 скачать в хорошем качестве

Borore Tololoi jao || New Chutia Bihu Song 2023 🎵 2 года назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
Borore Tololoi jao || New Chutia Bihu Song 2023 🎵
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: Borore Tololoi jao || New Chutia Bihu Song 2023 🎵 в качестве 4k

У нас вы можете посмотреть бесплатно Borore Tololoi jao || New Chutia Bihu Song 2023 🎵 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон Borore Tololoi jao || New Chutia Bihu Song 2023 🎵 в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Borore Tololoi jao || New Chutia Bihu Song 2023 🎵

Singer :- Sangeeta Hazarika , Himashree Chutia , Horujani Chawrok , Rashmi Rekha Saikia Music :- Deban Baruah Toka , Gogona , Hutuli :- DipJyoti Borah Mix Mastering :- Bikrom Chawrok Lyrical video:-Gangadhar Saikia Lyrics:- গছতলৰ বিহু ************** Song no -1 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) আই বোলে লাহৰী ঐ বৰৰে তললৈ যাওঁ বাই বোলে লগৰী ঐ বৰৰে তললৈ যাওঁ বৰৰে ধেপেলা পাতে ঐ লগৰী ধেপেলাৰ ছাঁ লৈ বিহুকে গাওঁ।। শদিয়া শালতে আই নামি আহে সোণৰে জখলা লৈ।। আই বোলে........ শদিয়া শাললে আই নামি আহে ৰূপৰ হেতামাৰি লৈ।। আই বোলে...... Song no-2 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) জলৰ ডাঙৰীয়া (থলৰ ডাঙৰীয়া)২তামোলৰ টোপোলা বান্ধো পুৰণি নামকে পাহৰি পেলালো (উচুপি উচুপি)২ কান্দো আই কেছাইখাতি দেৱী কলিমতী (তোমালৈ মানি যাওঁ)২ কি তোমালৈ মানি যাওঁ (শুকুলা পখীটি)২ (শদিয়া শালতে)২ দি পিতাইটি মহাদেও (স্ৰজিলা ঢোলৰ চেওঁ)২ তোমালৈ মানি যাওঁ কি ? তোমালৈ মানি যাওঁ (শুকুলা পখিটি)২ (শদিয়া শালতে)২ দি।। Sonng no-3 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) তামোল কাটিবলৈ ডবুৱা কটাৰী পহু চেলাবলৈ মিট বুঢ়া ডাঙৰীয়া দায় নধৰিবা গায় যাওঁ বতৰৰ গীতে সমনীয়া বিহু ধেমেলীয়া নেগাইনো কেনেকৈ থাকো সমনীয়া বিহু ধেমেলীয়া নেনাচি কেনেকৈ থাকো।। Song no-4 সংগ্ৰহঃপলাশ হাজৰিকা । সংগ্ৰহৰ স্থানঃতৰাণি(গোলাঘাট) এহেয় এহেয় এহেয় এ লগৰী শদিয়া ৰাজতে এহেয় এহেয় এহেয় এ লগৰী আছে জাপিসজীয়া এহেয় এহেয় এহেয় এ লগৰী (সিও সাজি দিব) ২ জাপি এহেয় এহেয় এহেয় এ লগৰী শদিয়া ৰাজতে এহেয় এহেয় এহেয় এ লগৰী আছে হেনো খনিকৰ এহেয় এহেয় এহেয় এ লগৰী(হাতীদাঁতে সাজিব)২পাটি। এহেয় এহেয় এহেয় এ লগৰী শদিয়া ৰাজতে এহেয় এহেয় এহেয় এ লগৰী আছে শিলকটীয়া এহেয় এহেয় এহেয় এ লগৰী(শিলে সাজি দিব)২ চৰু এহেয় এহেয় এহেয় এ লগৰী শদিয়া ৰাজৰে এহেয় এহেয় এহেয় এ লগৰী সোণাৰী‌ শালতে এহেয় এহেয় এহেয় এ লগৰী (গঢ়াই মিনাকৰা)২কেৰু। Song no-5 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) মোৰ ধনে সৰুনো হৈ থাকোতে মোৰ ধনে গৰুনো চৰাইছিলে মোৰ ধনে গৰুনো চৰাইছিলে মোৰ ধনে হাকুটি কাটিছিলে মোৰ ধনে লেটেকু পাৰিছিলে মোৰ ধনে লেটেকু পাৰিছিলে মোৰ ধনে সমনীয়াক নিদিলে মোৰ ধনে‌ সমনীয়াক নিদিলে মোৰ ধনে (অকলে ঐ অকলে)২ খালে।। মোৰ ধনে যৌৱনৰে কালতে মোৰ ধনে আলিনো কাটিছিলে মোৰ‌ ধনে খোকানো পাতিছিলে মোৰ ধনে খোকানো পাতিছিলে মোৰ ধনে শিঙি‌ মাছ ধৰিছিলে মোৰ ধনৰ( হাততে শিঙিমাছে )২খালে।। মোৰ ধনে‌ আবেলি ঐ পৰতে মোৰ ধনে নঙলা ঐ খুলিলে মোৰ ধনে নঙলা ঐ খুলিলে মোৰ ধনে বাইচকল ঘণ্টি বজালে মোৰ ধনে বাইচকল ঘণ্টি বজালে মোৰ ধনে ভন্তী বুলি মাতিলে মোৰ ধনে ভন্তী বুলি মাতিলে মোৰ ধনে নামটি কি বুলি সুধিলে মোৰ ধনে নামটি কি বুলি সুধিলে মোৰ ধনে ঠাণ্ডা পানী খুজিলে মোৰ ধনে ঠাণ্ডা পানী খুজিলে মোৰ ধনে( ভলুকা বাঁহৰ ঘটিতেই )২খালে।। Song no-6 সংগ্রহঃপলাশ হাজৰিকা । সংগ্ৰহৰ স্থানঃবচাদৈয়াং(বৰহোলা) এ লালৈ কঠিয়া তুলিবিনে এ লালৈ চয় মুঠিয়ে এৰেষা এ লালৈ ভূই ৰুবলৈ যাবিনে এ লালৈ এধাতে হল চয়েষা এ লালৈ বোকাত লাগি ধৰিবি এ লালৈ ওলাব নোৱাৰিবি এ লালৈ ম'হ জোকে ধৰিব তোক।। লালৈ আলিয়ে আলিয়ে লালৈ ম'হে লানি ললে (লালৈ ম'হ বনৰীয়া )২ হল লালৈ নাকি জৰী বান্ধোতে লালৈ পানীমলা গাথোঁতে লালৈ (ম'হ বনৰীয়া)২ হল।। Song no-7 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) হাবিৰে মাজৰে পোলোঙা হোলোংটি আকাশখন চুবলে মনে লীলা লাখুটি ঐ পাণ পৰা হাকুটি ঐ (আকাশখন চুবলে)২ মন খালনীয়া গাৱঁৰে কেটেঙা ডেকাটি ছোৱালী জুকাবৰ মনে লীলা লাখুটি ঐ (পাণ পৰা হাকুটি ঐ)২ (ছোৱালী জূকাবৰ)২মন।। আকউ লীলা লাখুটি ঐ (পাণ পৰা হাকুটি ঐ)২ (ছোৱালী জুকাবৰ)২ মন।। Song no-8 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) (ঐ দেহি ঐ দেহি লাই ফুল বৰণে ঐ দেহি ঐ দেহি পতা গুটিৰ হালধি)২ ঐ দেহি ঐ দেহি (কালিন্দি ভূমুৰা)২ পৰে; (ঐ দেহি ঐ দেহি ধৰণে কৰণে ঐ দেহি ঐ দেহি মাগুৰ মাছৰ বৰণে)২ ঐ দেহি ঐ দেহি (মোৰে ধন জ্বিলিকি)২পৰে। ঐ দেহি ঐ দেহি গাওঁবুঢ়া বৰুৱাই ঐ দেহি ঐ দেহি বৰশী টোপালে ঐ দেহি ঐ দেহি (হাতত বোন্দা কেচূৰ)২ চুঙা +ঐ দেহি ঐ দেহি চেনী মাছো নহলো ঐ দেহি ঐ দেহি চিতল মাছো নহলো)২ ঐ দেহি ঐ দেহি (ডুবাবলে কুৰুলাৰ)২পূঙা ।। Song no-9 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) ইঐ বিহুটি আদৰৰ ইঐ বিহুটি সাদৰৰ বিহুত হাই মাৰোতা নাই; ইঐ দেওৱে নমালে ইঐ মণিষে পালিলে বিহু ধেমেলীয়া পাই ।। Song no-10 সংগ্ৰহঃ দেবেন বৰুৱা । সংগ্ৰহৰ স্থানঃৰহমৰীয়া (ডিব্ৰুগড়) ভাটিৰ সাউদৰে (গোন্ধ তেল নেলাগে)২. (হাতী দাঁতৰ নেলাগে)২ ফণী বৰৰে তলৰে (সাতোজন দেৱতা)২ দিয়ে যাওঁ গামাছা দিয়ে যাওঁ গামোছাখনি: তামৰে গুটি দিওঁ (গণি গণি সাতোটা)২ (ৰূপৰে দুকুৰি )২ পাত; নিজেয়ে সন্তূষ্ট (হবাদেই মহাদেও)২ (বিঘিনি নিদিবা)২ গাত।। #achurjaborpatra #nilakash #bipinchdaudang #chutiabihu #dikshu_sharma #latest_bihu_song

Comments

Контактный email для правообладателей: [email protected] © 2017 - 2025

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5