Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet в хорошем качестве

বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet

বৰগীত//হৰিনামৰ ৰস//Assamesr Bhakti Geet/Borgeet গুৰু দুজনাৰ অনন্য সৃষ্টি বৰগীতৰ সুৰ অতি মধুৰ। এই বৰগীতৰে ৰস পান কৰি আমি মনুষ্য জাতি ঈশ্বৰত মত্ত হ'ব পাৰো। পৰম কৃপালু পৰমেশ্বৰৰ অমৃত বাণীক গুৰু দুজনাই অতি সুললিত আৰু সৰল ভক্তি ৰসেৰে সজাই তুলিছে। এই ৰসকে পান কৰি আমি আমাৰ মনুষ্য জীৱন ধন্য কৰো। জুবিনদাৰ কণ্ঠৰ কেইটামান বৰগীতৰ সকলোৰে বাবে আগবঢ়লো। শুনি চাব। মন-প্ৰাণ ভৰি পৰিব। #বৰগীত #অসমীয়া ভক্তি ৰস #হৰিনাম #জুবিন #অসমীয়া

Comments