У нас вы можете посмотреть бесплатно Jamunar Kesa Bali || যমুনাৰ কেঁচা বালি || Urmila Das Dey || Dihanam || Horinam || Kamala Gogoi или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Jamunar Kesa Bali || যমুনাৰ কেঁচা বালি || Urmila Das Dey || Dihanam || Horinam || Kamala Gogoi কথা সুৰ-কমলা গগৈ কণ্ঠ- উৰ্মিলা দাস দে বিশেষ কৃতজ্ঞতা গুৰু-কমলা গগৈ গুৰু-মুনিন বৰা দুলাল শইকীয়া শ্ৰদ্ধাৰে সুঁৱৰিছো গুৰু প্ৰয়াত বদন মলীয়া দেৱ জালুক গাঁৱ বৰ নামঘৰ পৰিচালনা সমিতি Reed & Rhythm studio দলৰ সহযোগী সদস্যা সকল ___ জ্যোতি আচাৰ্য শৰ্মা আভাৰাণী শইকীয়া বুলী বৰগোহাঁই মৌচুমী হাজৰিকা বেলি দে মঞ্জু মেচ মালবিকা শইকীয়া বিউটি শইকীয়া ছায়া ৰাণী শইকীয়া পুস্পাঞ্জলী বড়া কাকলি শৰ্মা বৰঠাকুৰ জুলী আচাৰ্য শৰ্মা ইনু বৰা প্ৰতিলিপি শইকীয়া মুন শইকীয়া মণিকা গগৈ মালাকাৰ দুৰ্গেশ্বৰ বৰা মুকুতা শইকীয়া অশ্বিনী শইকীয়া বিপ্লৱ গগৈ শব্দ সংমিশ্ৰণ-পাৰ্থ কুকিল শইকীয়া প্ৰযোজনা-শ্ৰী উত্তম দে খোল-তাল-নেগেৰা-দধি দাস বাঁহী-চিন্ময় বৰুৱা সংগীত-পাৰ্থ কুকিল শব্দ গ্ৰহণ/সংমিশ্ৰণ-পার্থকুকিল(REED&RHYTHM STUDIO) আধ্যাত্মিক মহিলা সমাজ ( আমগুৰি , শিৱসাগৰ জিলা ) যোগাযোগৰ নম্বৰ-9434203219 ঘোষা::: যমুনাৰ কেঁচা বালি ৰূপালী জোনালী, গোপী সংগে কেলী কৰে কৃষ্ণ বনমালী। কামশূন্য পৰমাত্মা কিনো তোমাৰ লীলা বৃন্দাবনে নৰৰূপে গোপী উদ্ধাৰিলা। হৰি অ অ অ কিনো তোমাৰ লীলা।। পদ:: দৈৱকীৰ উদৰে জন্ম কংসৰ কাৰাগাৰে বাসুদেৱে থৈলে তোমাক নন্দ ৰজাৰ ঘৰে। ইদিনা সিদিনা কৰি যেন চন্দ্ৰকলা, ব্ৰজধামে গোপৰ সংগে ডাঙৰ দীঘল হৈলা। খৰতাল:::: ঘোষা :: ভকত বৎসল তুমি কৰুণা সাগৰ নাম ল'লে ভকতৰ নালাগে ভাগৰ। পদ:: অনিত্য সংসাৰ মধ্যে নিত্য নাৰায়ণ সন্তক ৰাখিছা প্ৰভু গোপিনীৰ ধন। তোমাৰ চৰণ ৰেণু পায়া গোপী _গণ সম্ফল কৰিলে প্ৰভু মনুষ্য জীৱন। #anupombitupon #anupambitupon #tukarigeet #dihanam #bhoktimulokgeet #horinam #newhorinam #bhoktigeet #jamunarkesabali AnupomBitupon Horinam dihanam Jomunar Kesa Bali horenam dehanam Komola Gogoi kamala gogoi dihanam kamala gogoi dhemaji dihanam anupom bitupon dihanam new dihanam new assamese dihanam dihanaam dihanam 2023 dihanam song assamese dihanam song video komola gogoi dihanam song bhokti song assamese bhokti mulok geet bhokti mulok gan bhakti song hori nam song