У нас вы можете посмотреть бесплатно থাউজেন দা নি গেলাWINE OF BRO THOUSAND॥ ভিডিঅ'টোৰ DISCRIPTION টো পঢ়িব তেতিয়া বুজি পাব ॥॥ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ভিডিঅটিৰ মূলভাৱ উক্ত ছবিত থকা পৰিয়ালটো অতি দৰিদ্ৰ পৰিয়াল । পত্নীয়ে দিন হাজিৰা কৰা টকাৰে ঘৰত চাউল নথকাৰ কাৰণে চাউল কিনিবলৈ ২০০ টকা দিয়ে । দোকান বন্ধ থকাৰ কাৰণে চাউল নাপালে সেইকাৰণে চুলাই মদ কিনি লৈ যায় আৰু নিচা হৈ ঘৰলৈ যায় । ঘৰত এটুকুৰা চাউল নাই আৰু মদ কিনি আনিছো বুলি পত্নীগৰাকীয়ে খং কৰে । গতিকে , আপোনালোক ছবিত দেখা পালে যে মদ খোৱাৰ পৰিণাম কেনেকুৱা হয় আৰু সংসাৰত কি আসুবিধা হয় । ঘৰৰ্ সৰু সৰু লৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰিবলৈ দিব আৰু আপোনালোকে মদ খোৱাৰ অভ্যাস এৰি চলোক । উক্ত ছবিত তাকেই বুজাব বিচাৰিছে । নেমৰাছং । thausand da ni gela a rabha comedy and funny short video !! Do Like /Comment.share and suscribe Presa the bell Iconnn