У нас вы можете посмотреть бесплатно পকামিঠৈ | জন্মাষ্টমী বিশেষ | Assamese Traditional poka mithoi | Rice flour ladoo with jaggery или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
#Taruphukan নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে । থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে YOUTUBE CHANNELটো খুলিলো । #মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে …………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি । #অসমৰ ৰাইজ তথা YOUTUBE lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি । #কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ । মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।