У нас вы можете посмотреть бесплатно 'প্ৰতিদিন টাইম'ত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ.... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
APCCৰ সভাপতি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াক দিল্লীলৈ তলব। ৰিপুণ বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈকো দিল্লীলৈ তলব। আজি কংগ্ৰেছ হাইকামাণ্ডৰে প্ৰাৰ্থী তালিকাক লৈ বৈঠক। বৈঠকতে মিত্ৰতা সন্দৰ্ভতো হ'ব গুৰুত্বপূৰ্ণ আলোচনা। বৈঠকৰ পূৰ্বে 'প্ৰতিদিন টাইম'ত গুৰুত্বপূৰ্ণ মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে দিল্লীৰ ব্যুৰ' প্ৰাঞ্জল প্ৰতীম দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ... #PratidinTime #AssamNews #DebabrataSaikia #Congress