У нас вы можете посмотреть бесплатно ৭টা জীৱন সলনি কৰা সত্য ৷ 7 Life-Changing Truths или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আপুনি বাৰু কেতিয়াবা জীৱনটো যেন কৰবাত আবদ্ধ হৈ পৰিছে এনে অনুভৱ কৰে নেকি ? বা জীৱনৰ যাত্ৰাত আগুৱাই যাওঁতে ভাগৰি পৰিছে নেকি ? বা কেতিয়াবা এনেকুৱা লাগে নেকি যেন গোটেই পৃথিৱীখনেই আপোনাৰ শত্ৰু ! বহুলোকে মোক কয় – মোৰ লগতহে এনে হয় – মোৰ লগতহে সকলো বেয়া হয় – মই ভাগৰি পৰিছো ৷ সকলো উপায় অৱলম্বন কৰিছো – বহুত হীলিং লৈছো তথাপিও কথাবোৰ ঠিক কৰিব পৰা নাই ৷ কিবা উপায় দিয়ক !! তেওঁলোকৰ দৰে আপুনিও যদি অনুভৱ কৰিছে তেনে এই ভিডিঅটো আপোনাৰ বাবে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শৰ বাবে তলৰ নম্বৰত যোগাযোগ কৰিব পাৰে - Contact No : 9678819301 আমাৰ বিনামূলীয়া ক্লাচৰ লিংক পাবৰ বাবে তলৰ লিংকত ক্লিক কৰিব - https://chat.whatsapp.com/Kv3DXqmE5LR... You can follow me on https://www.instagram.com/fitassam_or... https://www.facebook.com/profile.php?... #assamese #সুস্বাস্থ্য#career #careergrowth mentalhabit#healthyhabit##Meditatiuon#Assamesemeditatiomcommentry#stressfree #stressmanagement #stressrelief #stress #stressreliefmusic #stressfreelife #stressreduction #life #Lifestyle #EFT #Ho'oponopono #LOA #Stressfree #Mobile Addiction #Addictionfree