У нас вы можете посмотреть бесплатно কিয় ইমান বিতৰ্ক ৱাকফ বিধেয়কক লৈ? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
▶️ ৱাকফ সংশোধনী ▶️ পুৰণি আইন, নতুন বিতৰ্ক ▶️ ১২ ঘণ্টীয়া বিতৰ্কৰ অন্তত লোকসভাত গৃহীত ৱাকফ সংশোধনী বিধেয়ক ▶️ কিয় ইমান বিতৰ্ক এই বিধেয়কক লৈ? ▶️ বিৰোধী শিবিৰে বিৰোধিতা কৰাৰ কাৰণ কি? ▶️ কি আছে ৱাকফ সংশোধনী বিধেয়কত? ▶️ ৱাকফ সম্পত্তি বিক্ৰী বা ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰৰ অভিযোগ ▶️ ৱাকফ ব’ৰ্ডত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ ▶️ ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্রণত আছে ৮.৭ লাখ সম্পত্তি ▶️ ৱাকফ সম্পত্তিৰ বৰ্তমান মূল্য প্ৰায় ১.২ লাখ কোটি টকা ▶️ ৰে’লৱে আৰু ভাৰতীয় সেনাৰ পাছতে সৰ্বাধিক সম্পত্তি ৱাকফ ব’ৰ্ডৰ ▶️ নতুন সংশোধনীৰ জৰিয়তে ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্রণ কৰ্তন কৰিব বিচৰা হৈছে ▶️ বিৰোধীৰ মতে, এয়া ধৰ্ম নিৰপেক্ষতাৰ ওপৰত আঘাত ▶️ ভোট বেংকৰ বাবে আইন প্রণয়ন কৰাৰ উঠিছে অভিযোগ ▶️ সংখ্যালঘু সম্প্রদায়ৰ ক্ষতি হ’ব নেকি? ▶️ এই সংশোধনী বিধেয়কে ধৰ্মীয় বিষয়ত হস্তক্ষেপ নকৰে বুলি স্পষ্ট ঘোষণা গৃহমন্ত্ৰীৰ ▶️ বিৰোধীয়ে উত্থাপন কৰা অভিযোগ ভিত্তিহীন ▶️ আইন প্রণয়ন হৈছে ন্যায়ৰ বাবে ▶️ সবিশেষ আলোচনা শ্যামলীৰ সৈতে ‘60 মিনিটছ’ত