У нас вы можете посмотреть бесплатно ড০ হীৰেন গোহাঁইৰ আত্মকথা চতুৰ্থ খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’.... или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আজি ‘আত্মকথা’ৰ চতুৰ্থ খণ্ড বি বৰুৱা কলেজত চাকৰি পায়ো কিয় যোগদান নকৰিলে ড০ হীৰেন গোহাঁয়ে? দিল্লীৰ কিৰোৰীমল কলেজত কিদৰে চাকৰি পাইছিল ড০ গোহাঁয়ে? ডিব্রুগড় বিশ্ববিদ্যালয় কিয় ত্যাগ কৰিছিল ড০ হীৰেন গোহাঁয়ে? গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ গোহাঁয়ে কি অভিলেখ সৃষ্টি কৰিছিল? সুদীৰ্ঘ ২৯ বছৰীয়া বিশ্ববিদ্যালয় জীৱনত ড০ গোহাঁইৰ শত্রু কোন আছিল? কোন কেইগৰাকী সহকৰ্মী শিক্ষকক আজিও মনত ৰাখিছে ড০ গোহাঁয়ে? আজিৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ অসমৰ সমাজ জীৱনলৈ অৱদান কি? সুদীৰ্ঘ শিক্ষকতা জীৱনত কোন কেইজন ছাত্রক আজিও তেওঁ মনত ৰাখিছে? ড০ হীৰেন গোহাঁই কিয় কোনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নহ’ল? আজি ‘আত্মকথা’ত শিক্ষক হিচাপে ড০ হীৰেন গোহাঁই মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’ #pratidintime #nitumonisaikia #atmakatha #hirengohain