• ClipSaver
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ скачать в хорошем качестве

চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ 6 лет назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ в качестве 4k

У нас вы можете посмотреть бесплатно চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ

তিতাবৰ বৰহোলাৰ চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ , শতিকাৰ সৰ্ববৃহৎ চুলাই ট্ৰেজেদীৰ তদন্ত আৰু দুখীক শাস্তিৰ দাবীত ১৫ তাৰিখে চাহ জনজাতি ৰাইজে কঁপাব গুৱাহাটীৰ আৱকাৰী কাৰ্যলয় শতিকাৰ সৰ্ববৃহৎ চুলাই ট্ৰেজেদীত 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰী লৈ বিষাক্ত চুলাই সেৱন কৰি তিতাবৰ বৰহোলাত 62 জনলোকৰ মৃত্যু হোৱাৰ পিছতে আজি তিতাবৰ বৰহোলা চাহ বাগিচাৰ খেল পথাৰত অসম চাহ জনজাতি ছাত্র সন্থা, অসম চাহ মজদুৰ সংঘ,বৰহোলা চাহ বাগিচাৰ কৃতপক্ষ আৰু স্থানীয় ৰাইজৰ সহযোগত বৰহোলা চাহ বাগিচাৰ অন্তৰ্গত 35 জন লোকৰ আত্মাৰ সতগতিৰ কামনাৰে ৰাজহুৱা শ্ৰাদ্ধ, সজাগতা আৰু সংকল্প গ্ৰহণৰ অনুষ্ঠান আয়োজন কৰা হয়।বৰহোলা চাহ বাগিচাত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হোৱা 35 জন লোকৰ পৰিয়াল বৰ্গলৈ বস্ত্ৰ আৰু চাউলৰ বেগ আগবঢ়ালে চাহ মজদুৰ সংঘই।তিতাবৰ বৰহোলাৰ চাহ বাগিচাৰ ৰাইজে ভাগৱত শাস্ত্ৰৰ সন্মুখত লৈ সংকল্প ললে চুলাই মদৰ পৰা দূৰত থকাৰ।শতিকাৰ সৰ্ববৃহৎ চুলাই ট্ৰেজেদীৰ তদন্ত আৰু দুখীক শাস্তিৰ দাবীত ১৫ তাৰিখে চাহ জনজাতি ৰাইজে কঁপাব গুৱাহাটীৰ আৱকাৰী কাৰ্যলয় ঘোষণা কৰিলে চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ধিৰাজ গুৱালাই *তিতাবৰৰ পৰা চাজিদ হুছেইনৰ ৰিপৰ্ট AssamPrime

Comments

Контактный email для правообладателей: [email protected] © 2017 - 2025

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5